skip to Main Content

‘চকুত তৰাৰ নাচোন’ শীৰ্ষক গীতটোৰ ভিডিঅ’ মুকলি কৰে

চকুত তৰাৰ নাচোন’ শীৰ্ষক গীতটোৰ ভিডিঅ’ গুৱাহাটী প্ৰেছক্লাবত শুভমুক্তি মুকলি কৰে।গীতটোত কণ্ঠদান কৰিছে কৃষ্ণাক্ষী দাসে ।উন্মোচন কৰে সংগীত শিল্পী ভদ্ৰকান্ত দাসে।গীতটোৰ কথা ধীৰু ডেকাৰ, সংগীত অহিৰ ভৈৰৱৰ।উপস্থিত থাকে কৃষ্ণাক্ষীৰ গুৰু ৰূপজ্যোতি বৰা, ধনজিতা দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি।

Read More

দিক্ষু শৰ্মাৰ এটা নতুন ভিডিঅ’ এলবাম মুকলি কৰা হয়

দিক্ষু শৰ্মাৰ এটা নতুন ভিডিঅ’ এলবাম মুকলি কৰা হয় অলিভিয়া গাৰ্ডেনত।গীতটোত কণ্ঠদান কৰিছে দিক্ষু শৰ্মা আৰু পাপৰি গগৈয়ে।মেকআপ আৰ্টিষ্ট বিজেতা পাটগিৰি।কষ্টিউম ডিজাইনাৰ গৰীমা গাৰ্গ।

Read More

ৰঙ বিৰঙী ফাকুৰে ভৰি পৰিছে মহানগৰৰ বজাৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৌলোৎসৱৰ উছাহ।দৌলোৎসৱ উপলেক্ষ উখল মাখল পৰিৱেশ।ৰঙ বিৰঙৰ আবিৰেৰে ভৰি পৰিছে ফাঁকুৱাৰ বজাৰ।মহানগৰীৰ ফাঁকুৱাৰ বজাৰ পৰা।

Read More

আজি মুকলি কৰা হয় হুনাৰ হাট ২০২২।

আজি খানাপাৰাস্হিত ভেটেনাৰী ফ্লিল্ডত মুকলি কৰা হয় হু'নৰ হাট ২০২২।ইয়াত উপস্হিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী ৰঞ্জিত দাস,চন্দ্ৰ মোহন পাটোৱাৰী,সাংসদ কুইন ওজা,Union Minister of Minority Affairs শ্ৰী মুকতাৰ আব্বাছ নকৱি,ভূৱনেশ্বৰ কলিতা,আৰু ভৱেশ কলিতা।

Read More

গণেশগুৰিত ‘ৰং ৰচিয়া’ৰ ফল্গোৎসৱৰ বিশেষ আয়োজন

সমাগত ফল্গোৎসৱৰ গুৱাহাটীত বিশেষ আয়োজন।পৰিয়ালৰ লগত ফল্গোৎসৱ উদযাপনৰ আনন্দ ল'ব পাৰিব।গণেশগুৰিত 'ৰং ৰচিয়া'ৰ আয়োজনত কৰিছে এই অনুষ্ঠান।ভেষজ আবিৰ, বিভিন্ন খাদ্য সম্ভাৰৰ সুবিধা থাকিব।

Read More

ছোৱালী জাকৈয়া এটা বিহু গীত মুকলি কৰে

আজি ছোৱালী জাকৈয়া নামৰ এটি বিহু গীত মুকলি কৰা হয়।এই গীতটোত কণ্ঠদান কৰে জনপ্ৰিয় কণ্ঠশিল্পী পম্পী পল্লৱী আৰু নীল আকাশয়ে।গীতটোৰ কথা শোণিত গগৈ আৰু সুৰ,সংগীত অপূৰ্ব জান।

Read More

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস

দেশ-বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন ঠাইত নাৰী দিৱস উদযাপন কৰাৰ লগতে গুৱাহাটী দুঘলীপুখুৰীত গুৱাহাটী পৌৰ নিগমে পালন কৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।

Read More

চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈছে MEGA FESTIVAL 2022।

চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈছে MEGA FESTIVAL 2022।২২ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰাম্ভ হৈ ১০মাৰ্চত অন্ত পৰিব উক্ত FESTIVAL খন।বিভিন্ন ঠাইৰ পৰা বহুতো লোক আহি ইয়াত উপস্হিত হৈছে অংশ গ্ৰহণৰ বাবে।

Read More

আজি গুৱাহাটী প্ৰেছ ক্লাৱত ১৪সংখ্যক গুৱাহাটী ইন্টাৰনেচনেল ফ্লিম ফেচটিভেলৰ হৈ এক সংবাদমেল অনুষ্ঠিত হয়।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত ১৪সংখ্যক গুৱাহাটী ইন্টাৰনেচনেল ফ্লিম ফেচটিভেলৰ হৈ এক সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেল সম্বোধন কৰে মাধুৰীমা বৰুৱা Secretary of International Film festival ।২৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে ৰবিন্দ্ৰ ভৱনৰ অনুষ্ঠিত হ'ব।

Read More

এখন অতি সুন্দৰ ছুটি ছবি নিৰ্মাণৰ কাম ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে।যি খনৰ নাম হৈছে “দুৰ্গা”।

এখন অতি সুন্দৰ ছুটি ছবি নিৰ্মাণৰ কাম ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে।যি খনৰ নাম হৈছে "দুৰ্গা"।দৈনিক আমাৰ জীৱনৰ লগত ঘটি থকা ঘটনাৰ ওপৰত আধাৰিত এই সুন্দৰ ছুটি ছবি খন।খুব সোনকালে ৰাইজৰ মাজলৈ এৰি দিয়া হ'ব।

Read More
Back To Top