skip to Main Content
Mithilesh Chaturvedi

জনপ্ৰিয় অভিনেতা মিঠিলেশ চতুৰ্বেদীৰ মৃত্যু

ভাৰতৰ অভিনয় জগতে হেৰুৱালে অন্য এজন তাৰকা। আজি জনপ্ৰিয় তাৰকা মিঠিলেশ চতুৰ্বেদীৰ পৰলোক প্ৰাপ্তি হয়। হৃদ ৰোগৰ আক্ৰান্ত হৈ মৃত্যু হয় অভিনেতাজনৰ।

Read More
BGMI Banned

BGMI নিষিদ্ধ হ’ল ভাৰতত

আজি বেটেল গ্ৰাউণ্ড মোবাইল ইণ্ডিয়া ওৰফে BGMI নামৰ গেমটো ভাৰতত নিষিদ্ধ কৰা হয়। ইতিমধ্যে গেমটো প্লে'ষ্টৰৰ পৰা আঁতৰাই দিয়া গৈছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে গেমটো আঁতৰাই দিয়া হৈছে।

Read More
Sunny Deol

আমেৰিকাত চিকিৎসাধীন হৈ আছে বলিউডৰ তাৰকা ছানি দেউল

বলিউডৰ জনপ্ৰিয় তাৰকা ছানি দেউল চিকিৎসাধীন হৈ আছে আমেৰিকাৰ এখন চিকিৎসালয়ত। কিছুদিন পূৰ্বে এখন চিনেমাৰ শ্বুটিঙ চলি থাকোতে পিঠিত আঘাত পাইছিল বলিউডৰ অভিনেতাজনে। যাৰ ফলত বিগত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনটো তেখেতে অংশগ্ৰহণ কৰিবলৈ নোৱাৰিলে।

Read More

আজি ছৱিগৃহত মুক্তি লাভ কৰিলে অসমীয়া চলচ্চিত্ৰ লোকেল উৎপাত

আজি ছৱিগৃহত মুক্তি লাভ কৰিলে অসমীয়া চলচ্চিত্ৰ লোকেল উৎপাত।পৰিচালক কেনি বসুমতাৰীৰ লগতে সমগ্ৰ টীমটো যথেষ্ট আশাবাদী যে ৰাইজে এই চলচ্চিত্ৰ খন আদৰি ল'ব।চলচ্চিত্ৰ খনৰ বিপণন শ্লোগান আছিল"ছবিগৃহলৈ আহিব,পেটৰ বিষৰ টেবলেট আনিব,কিয়নো এইখন হৈছে এখন কমেডি ছবি।প্ৰথম দিনটোতেই দৰ্শকৰ যথেষ্ট সহাৰি…

Read More

‘গংগা’ TEAMৰ এক বৰ্ণিল শোভাযাত্ৰা

৬ মে'ত সমগ্ৰ চিত্ৰগৃহত মুক্তি পাব গৌৰী ফিল্মছৰ বেনাৰত নিৰ্মিত অসমীয়া ছবি 'গংগা'- এখনি বোৱতী হিয়া'ই । ইতিমধ্যে উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ছবিখনৰ প্ৰচাৰৰ কৰিছে। লগত আজি মহানগৰীত এক বৰ্ণিল শোভাযাত্ৰা কৰে। এটাই শোভাযাত্ৰাৰ শ্লোগান দৌৰি দৌৰি যাম…

Read More

দ্য ভিউ ৰেষ্টুৰেণ্টত আজি জুবিন গাৰ্গ নতুন চিনেমাৰ পষ্টাৰ মুকলি কৰে

অসমৰ চলচ্চিত্ৰপ্ৰেমীৰ বাবে ভাল খৱৰ।জুবিন গাৰ্গ নতুন চিনেমা আহিছে।চিনেমাখনৰ নাম চিকাৰ।চিকাৰত অভিনয় কৰিছে জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাই।

Read More

পূবত্তোৰ প্ৰদেশীয়া মাৰৱাড়ী যুৱ মঞ্চৰ উদ্যোগত ৰঙালী বিহুৰ আয়োজন কৰা হৈছে

পূবত্তোৰ প্ৰদেশীয়া মাৰৱাড়ী যুৱ মঞ্চৰ উদ্যোগত ৰঙালী বিহুৰ আয়োজন কৰা হৈছে।১৬-১৭ এপ্ৰিলত লুইতপৰীয়া বিহু সন্মিলনে ৰঙালী বিহুৰ আয়োজন কৰিব।সাহিত্য-সাংস্কৃতিক খণ্ডত আগবঢ়াই অহা অৱদানৰ বাবে বহু বিশিষ্ট লোকক সম্বৰ্ধনা জনোৱা হ'ব।এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।দুদিনায় বৰ্ণাঢ্য কাৰ্যসূচীত…

Read More

ন-ৰূপত বিহু মঞ্চত দেখিবলৈ পাব আৰ্চুয্য বৰপাত্ৰক,বিদুৰগীত লৈ আজি আৰ্চুয্য News Networkত

বিহু মঞ্চৰ বাবে সাজু শিল্পীসকল।ইটোৰ পিছত সিটো গীত লৈ সাজু আৰ্চুয্য বৰপাত্ৰ।বিদুৰগীত লৈ আজি আৰ্চুয্য News Networkত, বিকাশ দাসৰ সৈতে ব্যস্ততা।

Read More
Back To Top