skip to Main Content

যিকোনো মুহূৰ্তত ভংগ হ’ব পাৰে বিজেপি সমৰ্থিত বিহাৰ চৰকাৰ

বিহাৰত পতনৰ দিশত বিজেপি-জেডিইউ চৰকাৰ। জেডিইউ'ৰ নেতাকৰ্মীসকলে বিজেপিৰ সৈতে চৰকাৰ চলোৱাত অমান্তি কৰিছে। ইতিমধ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ছোনীয়া গান্ধীৰ সৈতে আলোচনা কৰিছে। কংগ্ৰেছ-জেডিইউ সমৰ্থনত বিহাৰ গঠন হ'ব পাৰে নতুন চৰকাৰ।

Read More

আদানীয়ে কিনিলে ৰাজপথ

এইবাৰ আদানীয়ে কিনিলে ৰাজপথ। গুজৰাট আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাষ্ট্রীয় পথ কিনিলে আদানীয়ে। উল্লেখযোগ্য যে ৩ হাজাৰ কোটি টকা ব্যয়েৰে মালিকীস্বত্ব লাভ কৰিছে আদানীয়ে।

Read More

মহাকাশ গৱেষণাত ভাৰতৰ অন্য এক সফলতা

আজি পুৱা ৯:১৮ বজাত মহাকাশলৈ প্ৰেৰণ কৰা হয় এটা কৃত্ৰিম উপগ্ৰহ। সফলতাৰে উৎক্ষেপন কৰা হয় দেশৰ ক্ষুদ্ৰতম কৃত্ৰিম উপগ্ৰহটো। শ্ৰী হৰিকটাৰ পৰা উৎক্ষেপণ কৰা হয় SSLV-D1 নামৰ চেটেলাইটৰ।

Read More
Commonwealth

কমনৱেলথত ভাৰত

কমনৱেলথ গেমছত বৰ্তমানলৈ বিশ্বৰ ভিতৰত পঞ্চম স্থান দখল ভাৰতৰ। মুঠ ৪০ টা পদক অৰ্জন ভাৰতৰ। উল্লেখযোগ্য যে খেলৰ চতুৰ্থ দিনা ভাৰতে সৰ্বোচ্চ ১৪টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

Read More
Parliament Of India

আজি ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন

আজি অনুষ্ঠিত হ'ব ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। উক্ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে মাৰ্গাৰেট আলভা আৰু জগদীপ ধনখৰে। কোন জয়ী হয় ই হ'ব লক্ষ্যণীয়।

Read More

পেট্ৰল ডিজেলৰ ওপৰত নাথাকিব আবকাৰী শুল্ক

পেট্ৰল ডিজেলৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ এক বৃহৎ সিদ্ধান্ত। পেট্ৰল ডিজেলৰ ৰপ্তানিত নাথাকিব আবকাৰী শুল্ক। বিত্ত মন্ত্ৰালয়ৰ এই ঘোষণাৰ ফলত ব্যৱসায় জগতত সুখৰ ঢৌ।

Read More

বজাৰত হ্ৰাস পাইছে ডলাৰৰ বিপৰীতে টকাৰ মূল্য

পুনৰ হ্ৰাস পাব পাৰে ডলাৰৰ বিপৰীতে টকাৰ মূল্য। বৰ্তমান সময়ত প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৭৯.০৬ টকা। উল্লেখযোগ্য যে খাৰুৱা তেলৰ আমদানিত ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিছে। যাৰ ফলত পুনৰ টকাৰ মূল্য হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Read More
Back To Top