skip to Main Content

ডিচেম্বৰত ১.‍১৫ লাখ কোটি জিএছটি সংগ্ৰহ

২০২০ বৰ্ষৰ ডিচেম্বৰ মাহত সংগ্ৰহ হোৱা ১.‍১৫ লাখ কোটি জিএছটি সৰ্বকালৰ সৰ্বাধিক বুলি কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ঘোষণা কৰিছে। বিগত তিনি মাহত লক্ষাধিক কোটি সংগ্ৰহ হৈছিল যদিও ডিচেম্বৰত সংগৃহীত জিএছটিয়ে অভিলেখ সৃষ্টি কৰিছে। উল্লেখ যোগ্য যে ক'ভিডৰ বাবে মাৰ্চৰ পৰা আগষ্টলৈকে…

Read More

‘ফাষ্ট টেগ’ৰ সময়সীমা বৃদ্ধি

বৃদ্ধি কৰা হৈছে দুচকীয়া আৰু চাৰিচকীয়া বাহনত ‘ফাষ্ট টেগ’ ৰ অন্তিম সময়সীমা । কেন্দ্ৰীয় চৰকাৰে ফাষ্ট টেগৰ অন্তিম সময়সীমা ২০২০ বৰ্ষৰ ৩১ ডিচেম্বৰ বুলি ঘোষণা কৰিছিল। কিন্তু ৩০ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে ফাষ্ট টেগৰ অন্তিম সময়সীমা পুনৰাই ২০২১ বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীলৈ…

Read More

বিমান চলাচলত নিষেধাজ্ঞা

কৰুণাৰ বিভীষিকাৰ বাবে ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বিমান চলাচলত ৩১ ডিচেম্বৰলৈকে জাৰি কৰিছিল নিষেধাজ্ঞা । কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই নিষেধাজ্ঞা বৃদ্ধি কৰা হৈছে ৩১ জানুৱাৰী পৰ্যন্ত ।

Read More

৪ মে’ৰ পৰা চিবিএছইৰ পৰীক্ষা

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে ঘোষণা কৰে যে চিবিএছইৰ দশম দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৪ মে'ৰ পৰা ১০ জুনৰ ভিতৰত আৰম্ভ হ'ব । অৱশ্যে পৰীক্ষাৰ সূচী এই পৰ্যন্ত ৰাজহুৱা কৰা নাই যদিও শীঘ্ৰে ৰাজহুৱা কৰাৰ কথা প্ৰকাশ কৰে বিভাগে।

Read More

অক্সফ’ৰ্ডৰ ভেকচিনৰ অনুমোদন

অক্সফ’ৰ্ডৰ ক'ভিড ভেকচিন 'ক'ভিশ্বিল্ড' প্ৰয়োগত গ্ৰেট ব্ৰিটেইনে জনালে অনুমোদন । ইতিমধ্যে সম্পন্ন হৈছে ভেকচিনৰ জৰুৰী প্ৰয়োগৰ অনুমোদনৰ বাবে বিশেষজ্ঞ কমিটীৰ বৈঠক। তাৰোপৰি ব্ৰিটেইনত জৰুৰী প্ৰয়োগৰ অনুমোদন লাভ কৰিছে অক্সফ’ৰ্ডৰ ভেকচিনে ।

Read More

গণৰাজ্য দিৱস অনুষ্টুপীয়া

সম্প্ৰতি চলি থকা কৰোণা বিভীষিকাৰ বাবে এইবাৰ গণৰাজ্য দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হ'ব। পেৰেড চমুকৈ অৰ্থাৎ মাত্ৰ ৩.৩ কিল'মিটাৰহে হ'ব। বিজয় চকৰ পৰা নেশ্যনেল ষ্টেডিয়ামলৈকে পেৰেড হ'ব। লগতে ২৫ হাজাৰ লোকহে উপস্হিত থাকিব পাৰিব।

Read More

পুনৰ সংকটত অৰ্ণৱ গোস্বামী

ৰিপাব্লিক টিভিৰ টিআৰপি কেলেংকাৰীৰ তদন্তত পোহৰলৈ আহে যে অৰ্ণৱ গোস্বামীয়ে নিজৰ দুটা টিভি চেনেল ক্ৰমে ৰিপাব্লিক টিভি আৰু ৰিপাব্লিক ভাৰতৰ টিআৰপি বৃদ্ধিৰ বাবে বাৰ্কৰ তদানীন্তন মুখ্য কাৰ্যবাহী বিষয়া পাথ দাসগুপ্তাক কেইবালাখ টকাৰ উৎকোচ দিছিল। ইতিমধ্যে দাসগুপ্তাক আৰক্ষীয়ে ৩০ ডিচেম্বৰলৈকে জিম্মাত…

Read More

দঃ কোৰিয়াৰ গৱেষণাগাৰত ‘কৃত্ৰিম সূৰ্য’

দক্ষিণ কোৰিয়াই গৱেষণাগাৰত কৃত্ৰিম সূৰ্য প্ৰস্তুত কৰি ১০০ নিযুত ডিগ্ৰি ছেলছিয়াছ তাপমাত্ৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এই তাপমাত্ৰা ২০ ছেকেণ্ড বৰ্তাই ৰাখিব পাৰিছে বিজ্ঞানী দলে। আনহাতে ২০২৫ চনৰ ভিতৰত এই সময় ৩০০ ছেকেণ্ডৰ লক্ষ্য বিজ্ঞানী দলৰ।

Read More

পুনৰ উজলিল অসমীয়া ছবি ‘ব্ৰিজ’

গ'ল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ চিনেমাৰ সন্মান লাভ কৰিছে কৃপাল কলিতা পৰিচালিত 'ব্ৰিজ' নামৰ চিনেমাখনে। উল্লেখ্য যে, এই বছৰ ৫১সংখ্যক ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হোৱা 'ব্ৰিজ' চিনেমাখন বিশ্বৰ ১৬খনতকৈ অধিক চলচ্চিত্ৰ সমাৰোহলৈ আমন্ত্ৰিত হৈছে আৰু অ'কলেণ্ড চলচ্চিত্ৰ সমাৰোহত…

Read More

ভাৰতত ক’ৰণাৰ অত্যন্ত সংক্ৰামক ষ্ট্ৰেইন

সম্প্ৰতি ব্ৰিটেইনত ক'ৰণাৰ অত্যন্ত সংক্ৰামক ষ্ট্ৰেইনয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে ভাৰতত ব্ৰিটেইনৰ পৰা উভতি অহা কমেও জন লোকৰ দেহত এই ভাইৰাছ পোৱা গৈছে। ইয়াৰে তিনিজন নিমহান্স বেংগালুৰু, দুজন চিচিএমবি হায়দৰাবাদ আৰু এজন এনআইভি পুণেত ভৰ্তি হৈ আছে।

Read More
Back To Top