skip to Main Content

দেশত হ্ৰাস ক’ৰণাৰ সংক্ৰমণ

কেন্দ্ৰীয় স্বাস্হ্য মন্ত্ৰালয়ে প্ৰকাশখৰে যে যোৱা ছমাহৰ পিছত ভাৰতত হ্ৰাস পাইছে ক'ৰণাৰ সংক্ৰমণ । যোৱা ২৪ ঘন্টাত নতুনকৈ ক'ৰণাৰ সংক্ৰমণ হৈছে ১৮৭৩২ জনৰ। দেশত এই পৰ্যন্ত সুস্থতাৰ হাৰ হৈছে ৯৮.৫১ শতাংশ।

Read More

অসমত অমিত শ্বাহ

শণিবাৰে অমিত শ্বাহক সাক্ষাৎ কৰে অগপ সভাপতি অতুল বৰাই। লগতে ঘোষণা কৰে যে অগপ বিজেপিৰ মিত্ৰতা নিশ্চিত। লগতে সাক্ষাৎ কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ লগতে আন বিটিচি পাৰিষদে। লগতৰ সাক্ষাৎ কৰে কংগ্ৰেছ বিধায়িকা অজন্তা নেওগে। লগতে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ…

Read More

অসমীয়াত মোদীৰ ‘মন কী বাত’

অসম পাব্লিছিং কোম্পানিৰ দীপক কুমাৰ সান্যালে প্ৰকাশ কৰে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কী বাত' অসমীয়া ভাষাত গ্ৰন্হ আকাৰে প্ৰকাশ কৰা হ'ব। নাম দিয়া হ'ব 'মোৰ প্ৰিয় দেশবাসী' । আনহাতে মোদীৰ কিছু কবিতা সামৰি 'আইলৈ চিঠি ' শীৰ্ষক গ্ৰন্হ…

Read More

জম্মু কাশ্মীৰত ‘আয়ুষ্মান ভাৰত’

শণিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিংযোগে জম্মু কাশ্মীৰত 'আয়ুষ্মান ভাৰত' আঁচনি মুকলি কৰে। ইয়াৰ দ্বাৰা জম্মু কাশ্মীৰত ২১ লাখ হিতাধিকাৰীয়ে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীৰ সৈতে মত বিনিময়ো কৰে।

Read More

৩১ ডিচেম্বৰৰ ভিতৰত চিবিএছইৰ পৰীক্ষাৰ সময়সূচী

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে কয় যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছই) ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচী অহা ৩১ জানুবাৰীৰ ভিতৰত ঘোষণা কৰিব। অৱশ্যে ফেব্ৰুবাৰী পৰ্যন্ত অনুষ্ঠিত নহয় পৰীক্ষা ।

Read More

চীন বিশ্বৰ প্ৰথম স্হানৰ অৰ্থনীতি

'চেন্টাৰ ফৰ ইক'নমিক এণ্ড বিজিনেছ ৰিচাৰ্চ'ৰ সমীক্ষা মতে ২০২৮ চনত বৃহত্তম অৰ্থনীতি হিচাপে প্ৰথম স্হানত থকা আমেৰিকা যুক্তৰাষ্ট্ৰক চীনে অতিক্ৰম কৰিব। আনহাতে ২০৩৫ চনৰ ভিতৰত চীনে অৰ্থনীতি দুগুন কৰিবলৈ সক্ষম হ'ব।

Read More

পুনৰ শ্বহীদ মৃত্যুঞ্জয় চুতীয়া

জম্মু কাশ্মীৰত ছহিদ হ’ল চিআৰপিএফত কৰ্মৰত অসম সন্তান মৃত্যুঞ্জয় চুতীয়া। ধেমাজিৰ চিচিবৰগাঁৱৰ সমীপৰ গেলুৱা আদৰ্শ গাঁৱত ঘৰ মৃত্যুঞ্জয় চুতীয়াৰ। শনিবাৰে স্ব-গৃহ পাবহি ছহিদ মৃত্যুঞ্জয় চুতীয়াৰ নশ্বৰ দেহ।

Read More

নাইজেৰিয়াত পুনৰ নতুন প্ৰজাতিৰ ক’ৰণা ভাইৰাছ

ব্ৰিটেইনৰ পিছতে শেহতীয়াভাৱে নাইজেৰিয়াত পুনৰ নতুন প্ৰজাতিৰ ক'ৰণা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। নাইজেৰিয়াৰ শীৰ্ষ স্বাস্হ্য বিষয়াই এই কথা সদৰী কৰে। ব্ৰিটেইনৰ ভাইৰাছবিধতকৈ এই ভাইৰাছ সম্পূৰ্ণ সুকীয়া । নতুন ভাইৰাছবিধৰ নাম ৰখা হৈছে 'পি ৬৮১ এইচ'।

Read More

গুৱাহাটী বেংগালুৰুৰ মাজত বিশেষ ৰে’ল

শণিবাৰৰ পৰা গুৱাহাটী বেংগালুৰুৰ মাজত এক বিশেষ ৰে'ল সেৱা আৰম্ভ হ'ব। ৰসায়ন ৰে'লৰ অতিৰিক্ত যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি এই ৰে'ল চলাৰ ব্যৱস্থা কৰা হৈছে। শণিবাৰে পুৱা ৬.২০ বজাত এই ৰে'ল গুৱাহাটীৰ পৰা ৰাওনা হ'ব।

Read More

ভাৰতত কৰুণাৰ পাৰ্শ্চক্ৰিয়া

মহাৰাষ্ট্ৰৰ এগৰাকী কৰুণাত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা মহিলা ঘৰলৈ উভতাৰ পিছত প্ৰচণ্ড বিষ হোৱাত চিকিৎসকৰ ওচৰ চাপে। মহিলা গৰাকীৰ দেহৰ বিভিন্ন অংশত পূজ জমা হোৱা দেখি চিকিৎসকে তিনিবাৰকৈ অস্ত্ৰোপচাৰ কৰি দেহৰ পূজ বাহিৰ কৰে। জাৰ্মানীতো এনে ৬ টা ঘটনা…

Read More
Back To Top