The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
CPI ৰ সাংবাদমেল।
CPI ৰ সাংবাদমেল। মহানগৰীৰ ৰাজগড় স্থিত CPI ৰ ৰাজ্যিক কাৰ্য্যালয়ত সাংবাদমেল সম্বোধন। আগন্তুক উপনিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য CPI ৰ। উপনিৰ্বাচন হোৱা সকলো সমষ্টিত এজনকৈ শক্তিশালী বিৰোধী প্ৰাৰ্থী থাকিব লাগে। আগন্তুক থাওৰা বিধানসভা সমষ্টিত প্ৰাৰ্থী নিক্ষেপ কৰিব CPI য়ে। থাওৰা সমষ্টিৰ প্ৰাৰ্থী ৰূপে নিখিল ভাৰত যুৱ ফেডাৰেচনৰ অসমৰ ৰাজ্যিক সভাপতি কৃষ্ণ গগৈৰ নাম ঘোষণা কৰে দলটোৱে। যৌথ কৃষক সংগ্ৰাম সমিতি আৰু ট্ৰেড ইউনিয়ন সমূহৰ সন্মিলত মঞ্চই অহা ২৭ ছেপ্টেম্বৰত আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি CPI য়ে পূৰ্ণ সমৰ্থন আগবঢ়াব। অহা ২ অক্টোবৰ গান্ধী হত্যাৰ দিনটো সাম্প্ৰদায়িক, সম্প্ৰীতি ৰক্ষা দিৱস হিচাপে পালন কৰাৰ বাবে আহ্বান জনায় সকলোকে। অহা 27 ছেপ্টেম্বৰত ভাৰত বন্ধ কাৰ্যসূচী সফল ভাৱে ৰূপায়নিত কৰাৰ বাবে ২৩ ছেপ্টেম্বৰৰ বিয়লি BJP দলক বাদ দি সকলো বিৰোধী দলৰ লগত আলোচনাত বহিব CPI য়ে।