skip to Main Content

অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ


অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বাসগৃহত মিলিত হোৱা বৈঠকত অসম-মেঘালয় সীমা সমস্যাৰ প্ৰতিবেদন দাখিল কৰে।কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পৰীক্ষা কৰিব ৰিজিঅ’নেল কমিটীৰ প্ৰতিবেদন। ২৬ জানুৱাৰীৰ পিছত পুনৰ গৃহমন্ত্ৰীৰে অনুষ্ঠিত হ’ব বৈঠক। এই বৈঠকৰ পিছতেই কেন্দ্ৰীয় গৃহ বিভাগে ল’ব সিদ্ধান্ত।

Back To Top