skip to Main Content

আজি গুৱাহাটী গ্ৰেছ ক্লাৱত ভিতালী দাসৰ প্রথম মৃত্যু বার্ষিকী পালন


উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত আৰু উত্তৰ গুৱাহাটী দিহিংসা “জ্ঞান বিকাশ পুথিভঁৰাল”ৰ সহযোগত আজি গুৱাহাটী গ্ৰেছ ক্লাৱত কণ্ঠশিল্পী ভিতালী দাসৰ প্রথম মৃত্যু বার্ষিকী পালন কৰে।অনুস্থানত শিল্পী তৰালী শৰ্মাক ভিতালী দাস সোঁৱৰণি বঁটা প্ৰদান প্ৰদান কৰে।

Back To Top