A tragic road accident occurred at Sootea on Saturday evening, claiming the life of truck…
‘গংগা’ TEAMৰ এক বৰ্ণিল শোভাযাত্ৰা
৬ মে’ত সমগ্ৰ চিত্ৰগৃহত মুক্তি পাব গৌৰী ফিল্মছৰ বেনাৰত নিৰ্মিত অসমীয়া ছবি ‘গংগা’- এখনি বোৱতী হিয়া’ই । ইতিমধ্যে উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত ছবিখনৰ প্ৰচাৰৰ কৰিছে। লগত আজি মহানগৰীত এক বৰ্ণিল শোভাযাত্ৰা কৰে। এটাই শোভাযাত্ৰাৰ শ্লোগান দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম। গুৱাহাটীৰ চান্দমাৰি ফিল্ডৰ পৰা গুৱাহাটী ক্লাৱ হৈ জ্যোতি চিত্ৰবনত সামৰণি পৰে।এই শোভাযাত্ৰাত চিত্ৰনাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য্য, জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, সংগীত পৰিচালক অজয় ফুকন, অভিনেতা অৰূপ বৈশ্য, সঞ্জীৱ শৰ্মা লগতে শিশুশিল্পী সৃষ্টি ৰয় আৰু অভিলাষা ডেকা সহ এটি বিহু হুঁচৰি দল অংশগ্ৰহণ কৰে।