A tragic road accident occurred in Singra, Boko, as a bike collided head-on with a…
গুৱাহাটী মহানগৰীত এইবাৰ ডকাইতৰ টাৰ্গেট মন্দিৰ
এইবাৰ গুৱাহাটী মহানগৰীত ডকাইতে টাৰ্গেট কৰি ল’লে মন্দিৰ।ভেটাপাৰাৰ এটা শিৱ আৰু গণেশ মন্দিৰত এইবাৰ ডকাইতে চলালে লুটপাট।শিৱ আৰু গণেশৰ মুৰ্তি ভাঙি বাহিৰত দলিওৱাৰ উপৰিও দান পাত্ৰ ভাঙি লৈ যায় তাত থকা ধন।লগতে মন্দিৰৰ সকলো আচবাব ভাঙি লণ্ডভণ্ড কৰি থৈ যায়।ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হয়।সকলো ৰাইজৰ কাতৰ অনুৰোধ প্ৰশাসনৰ প্ৰতি যে দোষীক সোনকালে কৰায়ত্ত কৰিব লাগে।