Heavy rains, thunderstorms, and hailstorms unleashed havoc across several districts of Assam, causing widespread destruction…
নীতা ডি’ছুজা সংবাদমেল,মূল্যবৃদ্ধিৰ সন্দৰ্ভত কেন্দ্ৰিয় আৰু ৰাজ্য চৰকাৰ নিমাত।তেওঁলোকৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলিব
নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী নীতা ডি’চুজাৰ সংবাদমেল।মূল্যবৃদ্ধিৰ সন্দৰ্ভত কেন্দ্ৰিয় আৰু ৰাজ্য চৰকাৰ নিমাত। তেওঁলোকৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলিব।কালি আপোনালোকে যি দেখিলে এইয়া মাথোঁ trailer আছিল।সংসদত আমাক প্ৰশ্ন কৰিব নিদিয়ে, তেন্তে আমি কত প্ৰশ্ন কৰিম।কংগ্ৰেছৰ ভিতৰৰ কথা কংগ্ৰেছৰ ওপৰতে এৰি দিয়ক সংবাদ মাধ্যমে।সংবাদ মাধ্যমৰ ওপৰতো প্ৰভাৱ খটুৱাইছে BJP এ:নীতা ডি’ছুজা।