A tragic road accident occurred at Sootea on Saturday evening, claiming the life of truck…
পণ্ডিত তীৰ্থনাথ শৰ্মা সভাগৃহত অনুষ্ঠিত হয় মুক্ত বৰলুইতৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান
পণ্ডিত তীৰ্থনাথ শৰ্মা সভাগৃহত অনুষ্ঠিত হয় মুক্ত বৰলুইতৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান।বন্তি প্ৰজলন তথা পতাকা উত্তোলনেৰে শুভাৰম্ভনী কৰে ললিত কলিতা দেৱৰ লগতে ৰীণা ডেকা তত্বাৱধায়ক মুক্ত বৰলুইত।বিভিন্ন গণ্যমান্য ব্যক্তিৰ সাৰুৱা ভাষণৰ লগতে অনুষ্ঠিত কৰা হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ।উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন আলোচনী মুকলি কৰা হয় নাম বহ্নিমান।