A tragic road accident occurred at Sootea on Saturday evening, claiming the life of truck…
যান বাহনৰ ক্ষেত্ৰত ব্যাপক সাল-সলনি অমিত শ্বাহৰ ভ্ৰমণক লৈ
যান বাহনৰ ক্ষেত্ৰত ব্যাপক সাল-সলনি কৰিছে অমিত শ্বাহৰ ভ্ৰমণক লৈ।৯ আৰু ১০ মে’ত গুৱাহাটীৰ যাতায়ত ব্যৱস্হাৰ ব্যাপক সালসলনি কৰা হৈছে।৯ আৰু ১০ মে’ত বানিজ্যিক বাহনৰ বাবে বন্ধ থাকিব ২৭ আৰু ১৭ নং ঘাইপথ।৯মে’ত পুৱা ৪ বজাৰ পৰা নিশা ৯ বজালৈকে বন্ধ থাকিব বানিজ্যিক বাহনৰ চলাচল।১০ মে’ত পুৱা ৪ বজাৰ পৰা নিশা ১০ বজালৈ বন্ধ থাকিব বানিজ্যিক বাহনৰ চলাচল।ডি জি ৰোড,এ টি ৰোড,এম জি ৰোডত বানিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা।কে এল বি ৰোড,তইবুল্লাহ ৰোড,বি বৰুৱা ৰোড,জি এচ ৰোডত বানিজ্যক বাহনৰ চলাচল বন্ধ।৯মে’ পুৱা ৪ বজাৰ পৰা এই নিশা ৯বজালৈ বানিজ্যক বাহনত নিষেধাজ্ঞা।১০ মে’ত পুৱা ৮বজাৰ পৰা দিনৰ ২ বজালৈ বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে।জি এচ ৰোড আৰু পাঞ্জাবাৰী ৰোডটো ১০ মে’ত বানিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব।