
গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।নুনমাটিৰ কাৰ্বন ফেক্টৰিত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।কাৰ্বন ফেক্টৰিৰ নিজা বাসগৃহত চিপ লৈ থকা অৱস্হাত উদ্ধাৰ পল্লৱী সিং নামৰ মহিলা গৰাকীৰ মৃতদেহ। হত্যা নে আত্মহত্যা সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
This Post Has 0 Comments