A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ৭০ বছৰীয়া এগৰাকী বৃদ্ধাই লাভ কৰিলে মাতৃত্ব লাভৰ গৌৰৱ
দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত ৭০ বছৰীয়া এগৰাকী বৃদ্ধাই লাভ কৰিলে মাতৃত্ব লাভৰ গৌৰৱ। এই আশ্বৰ্যকৰ ঘটনাটো ঘটিছে গুজৰাটত। ৭০ বছৰ বয়সত এটি সুস্থ সন্মান জন্ম দিলে জিভুবেন ৰাবাৰি নামৰ এগৰাকী মহিলাই। গুজৰাটৰ ৰাপাৰ তালুকা এলেকাৰ বাসিন্দা জিভুবেন ৰাবাৰী আৰু ভালজিৰাই ৰাবাৰিৰ ৪৫ বছৰীয়া সংসাৰ। কিন্তু তেওঁলোকৰ নাছিল কোনো সন্তান। আৰু অৱশেষত জিভুবেন ৰাবাৰীয়ে ৭০ বছৰ বয়সত জন্ম দিয়ে সন্তান আৰু লাভ কৰিলে মাতৃত্ব হোৱাৰ সুখ।