skip to Main Content

প্ৰতিদিনে বৃদ্ধি পাইছে পেট্ৰল-ডিজেলৰ মূল্য।

শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য।প্ৰতিলিটাৰ পেট্ৰল-ডিজেলত বৃদ্ধি পালে ৩৫পইচাকৈ।গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰলৰ দাম হলগৈ ১০৩.২৩টকা।ইফালে আজিৰ দিনটোত দিল্লীত প্ৰতিলিটাৰ পেট্ৰলৰ দাম হলগৈ ১০৭.২৪টকা আৰু মাজুলীত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ১০৫.৬৫টকা।

Back To Top