On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
স্বাস্থ্য বিভাগৰ নতুন SOP ঘোষণা।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে নতুন SOP ।আজিৰ পৰা নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন।সকলো দোকান-পোহাৰ নিশা ৯ বজালৈকে খুলাৰ অনুমতি।ৰাজহুৱা অনুষ্ঠান আৰু সভা-সমিতিত ৫০ গৰাকী লোকে কৰিব পাৰিব অংশগ্ৰহণ।সভা-সমিতি আদিত অংশগ্ৰহণ কৰা লোকসকলে দুয়োপালি কোভিড ভেকচিন গ্ৰহণ কৰিব লাগিব।দীৰ্ঘদিন বন্ধ হৈ থকা চিনেমা হলৰ বাবে নতুন এছ অ’ পিয়ে আনিছে সুখবৰ।এতিয়াৰে পৰা ৫০ শতাংশ দৰ্শকৰ উপস্থিতিৰে খুলিব পাৰিব চিনেমা হল।দুয়োপালি কোভিড ভেকচিন গ্ৰহণ কৰা লোকসকল যাব পাৰিব চিনেমা হললৈ।