skip to Main Content

অসম বিধানসভাৰ প্ৰধান সচিবৰ পদত IAS বিষয়া।

  • Assam

প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ প্ৰধান সচিবৰ পদত IAS বিষয়া নিযুক্তি দিয়া হৈছে ৷ IAS বিষয়া হেমেন দাসক প্ৰধান সচিব হিচাপে নিযুক্তি দিছে ৷

হেমেন দাস বৰ্তমান ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছে ৷

Back To Top