skip to Main Content

আজি খ্ৰীষ্টানধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিন।


আজি পবিত্ৰ বৰদিন। গীৰ্জা ঘৰ সমূহত এতিয়া ভাঁহি আহিছে কেৰ’লৰ ধ্বনি। সমগ্র দেশৰ লগতে গুৱাহাটী মহানগৰীৰ পানবজাৰ স্থিত গীৰ্জা ঘৰতো কভিড প্ৰতিকল মানি উদযাপন কৰা হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলৰ পবিত্র উৎসৱ বৰদিন।

Back To Top