skip to Main Content

আজি ITA MACHKHUAত অনুষ্ঠিত হয় North East Inter Institutional Debating প্ৰতিযোগিতা


আজি ITA MACHKHUAত অনুষ্ঠিত হয় North East Inter Institutional Debating প্ৰতিযোগিতা খন।ক’ভিডৰ কাৰণে যোৱা দুটা বছৰে অনুষ্ঠিত কৰিব পৰা নাছিল এই তৰ্ক প্ৰতিযোগিতা খন।এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰে মানস বৰা মেমৰিয়েল ট্ৰাষ্ট আৰু Old Boys সৈনিক স্কুল গোৱালপাৰা।

Back To Top