skip to Main Content

তীব্ৰ বেগী ৰেলৰ আগত পৰি আত্মহত্যা নুনমাটিৰ এগৰাকী বোৱাৰীৰ


গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।
নুনমাটিত ডেৰ বছৰীয়া সন্তানক এৰি থৈ ৰেলৰ আগত জঁপিয়াই আত্মহত্যা এগৰাকী মাতৃৰ।
মৃত বোৱাৰী গৰাকীৰ নাম ভণিতা কলিতা।
ঘটনা স্থলীত ৰেল আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃত দেহ।
মৃত দেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছে
ঘৰুৱা কন্দলৰ বাবে এটা সন্তানৰ মাতৃয়ে ডেৰ বছৰিয়া সন্তানক এৰি থৈ আত্মহত্যা কৰাৰ সন্দেহ স্হানীয় ৰাইজৰ।
নাৰেংগীৰ কমলা বাগানৰ ভণিতা কলিতাই দুই বছৰ পূৰ্বে মঠঘৰীয়াৰ এজন যুৱকৰ সৈতে বিবাহ পাষত আবদ্ধ হৈছিল।

Back To Top