skip to Main Content

আমেৰিকাত চিকিৎসাধীন হৈ আছে বলিউডৰ তাৰকা ছানি দেউল

Sunny Deol

বলিউডৰ জনপ্ৰিয় তাৰকা ছানি দেউল চিকিৎসাধীন হৈ আছে আমেৰিকাৰ এখন চিকিৎসালয়ত। কিছুদিন পূৰ্বে এখন চিনেমাৰ শ্বুটিঙ চলি থাকোতে পিঠিত আঘাত পাইছিল বলিউডৰ অভিনেতাজনে। যাৰ ফলত বিগত ৰাষ্ট্ৰপতিৰ নিৰ্বাচনটো তেখেতে অংশগ্ৰহণ কৰিবলৈ নোৱাৰিলে।

Back To Top