skip to Main Content

খেলুৱৈৰ সামগ্ৰী নিলাম কৰি ১০ কোটি অৰ্জন চৰকাৰৰ।


দেশৰ সাংস্কৃতি মন্ত্ৰালয়ে ছেপ্টেম্বৰৰ পৰা প্ৰধানমন্ত্ৰীয়ে লাভ কৰা উপহাৰ আৰু স্মৰণিকাসমূহৰ ই-নিলামৰ আয়োজন কৰিছে। ই-নিলামত টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক খেলুৱৈসকলৰ হাতমোজা, ৰেকেট আৰু অন্যান্য সামগ্ৰীও সামৰি লোৱা হৈছে। অসমৰ বক্সাৰ লভলিনাৰ বক্সিং গ্ল’ভছ যোৰৰ নিবিদাও ১ কোটি ৯০ লাখ অতিক্ৰম কৰিছে। ই-নিলামৰ পৰা প্ৰাপ্ত ধন নমামি গঙ্গা মিছনক প্ৰদান কৰা হ’ব।

Back To Top