skip to Main Content

গণেশগুৰিত ‘ৰং ৰচিয়া’ৰ ফল্গোৎসৱৰ বিশেষ আয়োজন


সমাগত ফল্গোৎসৱৰ গুৱাহাটীত বিশেষ আয়োজন।পৰিয়ালৰ লগত ফল্গোৎসৱ উদযাপনৰ আনন্দ ল’ব পাৰিব।গণেশগুৰিত ‘ৰং ৰচিয়া’ৰ আয়োজনত কৰিছে এই অনুষ্ঠান।ভেষজ আবিৰ, বিভিন্ন খাদ্য সম্ভাৰৰ সুবিধা থাকিব।

Back To Top