skip to Main Content

গুৱাহাটী প্ৰেছ ক্লাৱত ১১টা ৰাজনৈতিক দলৰ যৌথ সংবাদমেল।


আজি গুৱাহাটী প্ৰেছ ক্লাৱত ১১টা ৰাজনৈতিক দলৰ যৌথ সংবাদমেল অনুষ্ঠিত হয়।ৰে’লৱে মাটি ৩বণিয়াক হস্তান্তৰ কৰা আৰু কাগজ কল দুটা বন্ধৰ নামত চলি থকা হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰিৰ তদন্ত বিচাৰি প্ৰতিবাদত বহিব ১১টা ৰাজনৈতিক দল।

Back To Top