skip to Main Content

আজি মুকলি কৰা হয় হুনাৰ হাট ২০২২।


আজি খানাপাৰাস্হিত ভেটেনাৰী ফ্লিল্ডত মুকলি কৰা হয় হু’নৰ হাট ২০২২।ইয়াত উপস্হিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী ৰঞ্জিত দাস,চন্দ্ৰ মোহন পাটোৱাৰী,সাংসদ কুইন ওজা,Union Minister of Minority Affairs শ্ৰী মুকতাৰ আব্বাছ নকৱি,ভূৱনেশ্বৰ কলিতা,আৰু ভৱেশ কলিতা।

Back To Top