skip to Main Content

ডাম্পিংগ্ৰাউণ্ড বন্ধ কৰাৰ পৰিপেক্ষীতত অনুষ্ঠিত হয় এক সংবাদমেল


ডাম্পিংগ্ৰাউণ্ড বন্ধ কৰাৰ পৰিপেক্ষীতত অনুষ্ঠিত হয় এক সংবাদমেল গুৱাহাটী প্ৰেছ ক্লাৱত।দীপৰ বিল আৰু তাৰ দাতিঁকাষৰীয়া ৰাইজৰ বাবে ডাম্পিংগ্ৰাউণ্ড বন্ধ কৰি এক সুস্থ আৰু সুন্দৰ পৰিৱেশ গঢ়িবৰ বাবে অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।যদি ৭দিনৰ ভিতৰত ডাম্পিংগ্ৰাউণ্ড বন্ধ নহয় তেতিয়াহ’লে পৰৱৰ্তী পৰ্যায়ত পৰিস্হিতি আৰু ভয়ংকৰ হ’ব বুলি হুংকাৰ জনাই।

Back To Top