skip to Main Content

বৃদ্ধি পালে সুৰাৰ দাম

অসমত পুনৰ বৃদ্ধি সুৰাৰ মূল্য। প্ৰায় ৬৫ শতাংশকৈ বৃদ্ধি পাব সকলো সুৰাৰ মূল্য। ১৫ জুনৰ পৰা সুৰাৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্তকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখ্য যে, ইণ্ডিয়া মেড স্পিৰিটৰ ৰেগুলাৰ ব্ৰেণ্ডৰ বটলত কমেও ৯২ টকাকৈ বৃদ্ধি। জেনেৰেল ব্ৰেণ্ডৰ প্ৰতি…

Read More

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদ মেল অনুষ্ঠিত হয়

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদ মেল অনুষ্ঠিত গান্ধীবস্তিস্হিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।ৰাজ্যত জল জীৱন আঁচনিত ব্যাপক কেলেংকাৰীৰ অভিযোগ তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থাৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনিয়ম কৰাৰ অভিযোগ তুলি ধিক্কাৰ জনাইছে…

Read More

আজি গুৱাহাটী ক্লাবত AASU প্ৰতিবাদ

পেট্ৰল ডিজেল, ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিকলৈ গুৱাহাটী ছাত্ৰ সন্থাই গুৱাহাটী ক্লাবত আজি প্ৰতিবাদত কৰে। আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।

Read More

দীপাৱলীৰ পূৰ্বে চৰকাৰৰ বিশেষ উপহাৰ ! কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩ শতাংশ বাঢ়িব DA

কেন্দ্ৰীয় চৰকাৰে দেৱালীৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীসকলক DA, DR আৰু HRA বৃদ্ধিৰ উপহাৰ দিয়াৰ সম্ভাৱনা। কেন্দ্ৰই জুলাই মাহত DA ১৭ শতাংশৰ পৰা ২৮ শতাংশলৈ আৰু HRA ২৪ শতাংশৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি কৰিছিল। এতিয়া কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ DA পুনৰ ৩ শতাংশ বৃদ্ধি…

Read More
Back To Top