skip to Main Content

দেশবাসীলৈ ফেচবুকৰ প্ৰফাইল ফটোত জাতীয় পতাকাৰ ফটো লগাবলৈ আহ্বান

আজিৰ পৰা নিজৰ ফেচবুকৰ প্ৰফাইল ফটোৰ ঠাইত জাতীয় পতাকাৰ ফটো লগাবলৈ আহ্বান প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ই কেৱল এক অনুৰোধ হয়, আদেশ নহয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এই আহ্বানৰ প্ৰতি সন্মান জনাই নিজৰ ফেচবুকৰ প্ৰফাইল ফটোত জাতীয় পতাকাৰ ফটো লগাইছে।

Back To Top