skip to Main Content

বৃহস্পতিবাৰে পাঁচটা বিভাগৰে বৈঠকত বহিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা


বৃহস্পতিবাৰে পাঁচটা বিভাগৰে পৰ্যালোচনা বৈঠকত বহিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ কৰ, আবকাৰী, বন-ভূমি, ৰাজহ, খনি আৰু খনিজ পদাৰ্থ বিভাগৰ পৰ্যালোচনা কৰি মুখ্য ৰাজহ উপাৰ্জনকাৰী বিভাগ কেইটাক শক্তিশালী কৰাৰ বাবে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে৷

Back To Top