skip to Main Content

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য


ফেব্ৰুৱাৰীৰ পৰা শিথিল হব কভিডৰ নতুন নিৰ্দেশনা। এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। সেই অনুসৰি, অনুষ্টুপীয়াকৈ পালন কৰা হ’ব গণৰাজ্য দিৱস। পৰ্যায়ক্ৰমে ৰাজ্যৰ বিদ্যালয়সমূহো খোলাৰ কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

Back To Top