Train services between Guwahati and Silchar have been halted until May 10, as announced by…
আজি দিচপুৰ প্ৰেছ ক্লাৱত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ এক সংবাদমেল অনুষ্ঠিত হয়।
ভাৰতীয় সংবিধানৰ ৩৩৮ আৰু ৩৩৯ স্তম্ভ অনুসৰি অনুসূচিত জাতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হ’লে অনুসূচিত জাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ পৰামৰ্শ ল’ব লাগে।কিন্তু বৰ্তমান ৰাজ্য চৰকাৰে অনুসূচিত জাতিৰ ক্ষেত্ৰত সঘনাই নীতি-নিৰ্দেশনা সলনি কৰিছে।বিশেষকৈ অনুসূচিত লোকৰ জাতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ ক্ষেত্ৰত চৰকাৰ খনে যি সিদ্ধান্ত লৈছে সেয়াই জাতিটোক ধ্বংসৰ পথলৈ ঠেলি দিব।