Skip to content

আবেদন অবিহনে এতিয়াৰে পৰা বিদ্যালয়তে লাভ কৰিব CASTE CERTIFICATE ।

আবেদন অবিহনে এতিয়াৰে পৰা বিদ্যালয়তে লাভ কৰিব CASTE CERTIFICATE।এতিয়াৰে পৰা জাতিগত প্ৰমাণ পত্ৰৰ বাবে কোনো ধৰণৰ আৱদন কৰিব নালাগে। আবেদন অবিহনে বিদ্যালয়তে লাভ কৰিব জাতিগত প্ৰমাণ পত্ৰ।এবছৰৰ ভিতৰতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব এই পদক্ষেপ। DC-ADCA বিদ্য়ালয়ে বিদ্যালয়ে চলাব অভিযান।আৱেদন কৰিব…

Read more

দীপৰ বিলত ১০০নাৱেৰে চলিব নৌকা বিহাৰ।

দীপৰ বিলৰ বুকুত শতাধিক নাৱেৰে চলিব নৌকাবিহাৰ।অসমৰ একমাত্ৰ পক্ষী অভয়াৰণ্য তথা ৰামচাৰ চাইট খ্যাত দীপৰ বিললৈ অহা দেশী-বিদেশী পৰ্যতকে নাৱত উঠি পৰিভ্ৰমী পক্ষী জলকেলি আৰু সৌন্দৰ্য উপভোগ কৰিব পাৰিব।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে যোৱা কালি পৰ্যটন মন্ত্ৰী বিমল…

Read more

প্ৰতিকূল বতৰকো নেওচি আজি উলহ মালহেৰে পালন কৰা হৈছে সৰস্বতী পূজা।

প্ৰতিকূল বতৰকো নেওঁচি আজি উলহ মালহেৰে বিদ্যালয়ে বিদ্যালয়ে পালন কৰা হৈছে সৰস্বতী পূজা।নেৰা নেপেৰা বৰষুণেও ম্লান কৰিব পৰা নাই সৰস্বতী পূজাৰ উচাহ উদ্দীপনা।বিদ্যাৰ আৰাধ্য দেৱীৰ আগত সেৱা জনাই বছৰটো যাতে ভালে যায় তাৰ কামনা কৰে সকলোৱে।বিদ্যাৰ্থী সকলে পঢ়া শুনাত মন…

Read more

ক’ৰণাত আক্ৰান্ত ৭ জনকৈ ভাৰতীয় ক্ৰিকেটাৰ।

ক'ৰণাত আক্ৰান্ত হৈছে ৭ জনকৈ ভাৰতীয় ক্ৰিকেটাৰ।টীম ইণ্ডিয়াৰ ৭জনকৈ ক্ৰিকেটাৰৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ।অপেনাৰ শিখৰ ধাৱান,ৰিতুৰাজ গাইকৱাড়,শ্ৰেয়াছ আয়াৰ,নৱদ্বীপ চাইনী,ফিল্ডিং প্ৰশিক্ষক টি দিলীপ,বিষয়া বি. লোকেশ,আৰু থেৰাপীষ্ট ৰাজীৱ কুমাৰ।

Read more

মক্কা অভিমুখে ৰাওনা হ’ল এইবাৰৰ অসমৰ প্ৰথমটো হজ যাত্ৰীৰ দল।

মক্কা অভিমুখে ৰাওনা হ'ল এইবাৰৰ অসমৰ প্ৰথমটো হজ যাত্ৰীৰ দল।বৰঝাৰ বিমান বন্দৰত ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় হজ যাত্ৰী সকলক।যোৱাবাৰ ক'ভিডৰ বাবে যাত্ৰা কৰিব পৰা নাছিল হজ যাত্ৰী সকলে।

Read more

কৰ ফাঁকিৰে ৰাজপথত গাড়ী চলাই থকা সকলৰ বিৰুদ্ধে পৰিবহন বিভাগৰ অভিযান।

কৰ ফাঁকিৰে ৰাজপথত গাড়ী চলাই থকা সকলৰ বিৰুদ্ধে কৌশলেৰে পৰিবহন বিভাগৰ এটা দলে হঠাতে অভিযান চলাই।এই অভিযানত থৰকাচুটি হেৰুৱাইছে কৰ অনাদায়ী বাহনৰ মালিককে ধৰি যান-বাহন ব্যৱহাৰকাৰী বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে।কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত যোৱা এটা দলে…

Read more

আজি গণেশ চতুৰ্থী।প্ৰতিকুল বতৰৰ মাজতো ভক্তৰ ভীৰ মন্দিৰত।

আজি গণেশ চতুৰ্থী।প্ৰতিকূল বতৰৰ মাজতো মন্দিৰত ভক্তৰ ভীৰ।বৰষুণকো নেওঁচি মন্দিৰত ভক্তৰ দীঘলীয়া শাৰি দেখা গৈছে।বছৰটো ভালে কুশলে পাৰ হ'বৰ বাবে ধূপ-দীপ জ্বলাই পূজা অৰ্চনা কৰিছে সকলো লোকে।

Read more

ৰাজ্যৰ ৩৬৪ জন লোকৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল PSO।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই PSO ত্য়াগ কৰিবলৈ আহ্বান জনোৱাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগে।এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই ইতিমধ্য়ে প্ৰায় ৫০ জন প্ৰাক্তন মন্ত্ৰী,সাংসদ,ব্যৱসায়ী তথা ৰাজনৈতিক নেতাই দেহৰক্ষী ত্যাগ কৰিলেও বহুজনে লগত ৰাখিছিল PSO।অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান…

Read more

মহানগৰীত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ ঘটনা।

মহানগৰীত সংঘটিত হৈছে পুনৰ বোৱাৰী নিৰ্যাতনৰ ঘটনা।মহানগৰীৰ খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এই জঘণ্য ঘটনা।অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছে বোৱাৰী গৰাকী।বৰ্তমান নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন নিকিতা খেমকা নামৰ বোৱাৰী গৰাকী।

Read more

নগাঁৱত বোমাতংক।ৰণথলীত উদ্ধাৰ দুটাকৈ আই ই ডি।

নগাঁৱৰ ৰণথলীৰ ৰজাভেটিত দুটাকৈ বোমা উদ্ধাৰ।দুটাকৈ শক্তিশালী আই ই ডি উদ্ধাৰ কৰা হৈছে।ঘটনাস্হলীত উপস্হিত হৈ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

Read more
Back To Top