Skip to content

আজি অটল বিহাৰী বাজপেয়ীৰ জন্মদিন,দীঘলীপুখুৰী পাৰত ‘সুশাসন দিৱস’ পালন…

আজি ভাৰত ৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্মদিন ৷সমগ্ৰ দেশৰ লগতে বাজপেয়ীৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰতো অনুষ্ঠিত কৰা হয় বিশেষ কাৰ্যসূচীৰ।বিজেপি, অসম প্ৰদেশৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলাৰ সহযোগত দীঘলীপুখুৰীপাৰত অনুষ্ঠিত কৰা হয় 'সুশাসন দিৱস'৷

Read more

শুকুৰবাৰে কেবিনেটে দিলে কেইবাটাও ভাল খবৰ লামডিঙত উচ্ছেদ হোৱা পৰিয়ালক দিয়া হ’ব আঢ়ৈ কঠা মাটি

অসম বিধাসভাৰ পঞ্চম দিনৰ অধিবেশনত কেইবাটাও গুৰুতত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।কেবিনেটৰ সিদ্ধান্ত সমূহ হল ১)লামডিঙত উচ্ছেদ হোৱা হাজং আৰু চাকমা সকলৰ ১৯৬টা কৈ পৰিয়ালক আঢ়ৈ কঠা কৈ মাটি দিয়া হ'ব। ২) অংগনবাড়ী কৰ্মী, সহায়িকা আৰু মিনি অংগনবাড়ী কৰ্মীয়ে ৬০বছৰত অৱসৰ ল'ব…

Read more

দক্ষিণগাঁও চাইকেল পথত অ’পেন ষ্ট্ৰীট গুৱাহাটীৰ অনুষ্ঠান

গুৱাহাটীৰ দক্ষিণগাঁওস্থিত চাইকেল পথত অ'পেন ষ্ট্ৰীট গুৱাহাটীৰ এক অনুষ্ঠান। অনুষ্ঠানটো আয়োজন কৰে পেডেল ফৰ এ চেঞ্জ নামৰ সংস্থাটোৱে। সংস্থাটোৰ মুখপাত্ৰ হৈছে আৰ্চেল আখতাৰ। অনুষ্ঠানৰ যোগেদি সকলো ৰাইজক আহ্বান জনোৱা হয় চাইকেল চলাই সকলোকে এখন প্ৰদূষণ মুক্ত অসম গঢ়িবলৈ। আজি অনুষ্ঠানটোত…

Read more

বিশ্ব অভিলেখ গঢ়িলে অসমৰ ৬ ছাত্ৰই

আন্তঃৰাষ্ট্ৰীয় ভিত্তিত আমেৰিকাত অনুষ্ঠিত হোৱা ওৱেবছাইট আৰু এপছৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল চতিয়াৰ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ দশম শ্ৰেণীৰ ছাত্ৰ ভাস্কৰজ্যোতি শইকীয়া, ৰাজশ্বেখৰ শইকীয়া, সঞ্জীৱ নাগ, জ্যোতিস্মান শইকীয়া, বিবেক বৰুৱা আৰু আফ্ৰিদ হকে৷ বিশ্বৰ ১৩৬খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত ছাত্ৰকেইজনৰ…

Read more

অসমৰ গৱৰ্ণৰ আজি উপস্থিত থাকে ৰুক্মিণী গাওঁ কেথলিক চাৰ্চত

আজি খ্ৰীষ্টিয়ান ধৰ্মালম্বী লোক সকলৰ পৱিত্ৰ বৰদিন। তাৰ উপলক্ষে অসমৰ গৱৰ্ণৰ জগদীশ মুখী গুৱাহাটী ৰুক্মিণী গাওঁৰ কেথলিক চাৰ্চত আয়োজন কৰা বৰদিন উৎসৱত ৰাতিপুৱা ৯ বজাৰ পৰা উপস্থিত থাকে।

Read more

জবমেলাৰ পৰিণতি- দক্ষতা, নিয়োগ বিভাগৰ দুগৰাকী বিষয়াক নিলম্বিত

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল চাকৰিৰ মেলা। কিন্তু এই নিয়োগ মেলাৰ নামত শিক্ষিত যুৱক-যুৱতীৰ সৈতে ল’ৰা ধেমালী কৰাৰ অভিযোগ উত্থাপিত হৈছিল সৰ্বত্ৰ। ছচিয়েল মিডিয়াতো ব্যাপক ভাবে সমালোচিত হয় ৰাজ্য চৰকাৰৰ এই জবমেলা। ৰান্ধনী, বাচন ধোৱা, কাপোৰ…

Read more

মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে শুভ উদ্ধোধন কৰে অটল উদ্যান নামেৰে এখন পাৰ্ক।

মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে শুভ উদ্ধোধন কৰে অটল উদ্যান নামেৰে এখন পাৰ্ক।মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্মিত উক্ত উদ্যান খন অবস্থিত আদাবাৰীত।অটল বিহাৰী বাজপেৰ জন্মদিন উপলক্ষ্যে তেওঁৰ নামত উচৰ্গা কৰে উক্ত উদ্যানখন।

Read more

আদাবাৰীত অটল উদ্যান নামৰ এখন পাৰ্ক উদ্ধোধন কৰা হয়।

অটল উদ্যান নামেৰে নামাকৰণ কৰা অনুস্থানত উপস্থিত থাকে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ শ্ৰী যুত নাৰায়ন ডেকা।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দেৱে শুভ উদ্ধোধন কৰে উক্ত উদ্যানখন।

Read more

অভাৱী লোকৰ মনোৰঞ্জনৰ একমাত্ৰ আহিলা ৰেডিঅ’।

আকাশবাণী গুৱাহাটী। মিডিয়াম ৱেভৰ ৪১১.৫ মিটাৰত আপোনালোকে শুনি অহা.. সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা, উপন্যাস পাঠ, আইদেউৰ বুলনি, অকণিৰ মেল, ৰস-ৰচনা, কৃষিজগত, নাটক, পুৱাৰ বন্দনাৰ পৰা ধৰি আঞ্চলিক বাতৰি আদি। অতীত হৈ পৰিব নেকি সকলোৰে পৰিচিত এই শব্দবোৰ। কালৰ বুকুত হেৰাই…

Read more
Back To Top