skip to Main Content

অসম ৰোলাৰ স্কেটিং এছোচিয়েচন অব আচামৰ সৌজন্যত এছোচিয়েচনৰ পাঞ্জাৱাৰীস্থ খেলপথাৰত শিশু দিৱস পালন

অসম ৰোলাৰ স্কেটিং এছোচিয়েচন অব আচামৰ সৌজন্যত এছোচিয়েচনৰ পাঞ্জাৱাৰীস্থ খেলপথাৰত পালন কৰা হয় শিশু দিৱস। এই শিশু দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকে মণিকংকণা দত্ত, এছোচিয়েচনৰ সম্পাদক গৌতম বৰুৱাকে ধৰি বহু গণ্যমান্য ব্যক্তি।

Read More

আজি শিশু দিৱস।

আজি শিশু দিৱস।পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো সমগ্ৰ দেশে শিশু দিৱস ৰূপে উদযাপন কৰিছে। এই উপলক্ষে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত শিশু দিৱসৰ বিভিন্ন কাৰ্যসূচী শিশুসকলৰ মাজত অনুষ্ঠিত হৈছে। দিল্লীতো নেহৰুৰ শান্তিবনত থকা সমাধিক্ষেত্ৰলৈ গৈ পুৱাই তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে…

Read More

আলফা স্বাধীনৰ অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধি

আলফা স্বাধীনৰ অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধি কৰা হৈছে। পুনৰ তিনিমাহলৈ বৃদ্ধি কৰা হৈছে অস্ত্ৰ বিৰতিৰ ম্যাদ। আলফা স্বাধীনৰ সেনাধক্ষ পৰেশ বৰুৱাই পত্ৰয়োগে জনাই এই কথা।

Read More

নাৰায়ণ চক্ৰৱৰ্তী হত্যাকাণ্ডৰ সন্দৰ্ভত ৪ জনক আটক কৰিছে।

পল্টন বজাৰৰ কালিবাৰিত হত্যা কাণ্ডৰ ঘটনা।নাৰায়ন চক্ৰৱৰ্তী নামৰ এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ।ৰেলৱে কলনীৰ কোৱাটাৰত উদ্ধাৰ মৃতদেহ উদ্ধাৰ।সঞ্জীৱ চক্ৰৱৰ্তী কোৱাটাৰত উদ্ধাৰ মৃতদেহটো।বুধবাৰে নিশাৰ পৰা সঞ্জীৱ চৌধুৰীৰ কোৱাটাৰত আছিল মৃত নাৰায়ণ চক্ৰৱৰ্তী।হত্যা কাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।ঘটনা স্থলীত উপস্থিত লতাশিল…

Read More

বিজেপি মিত্ৰজোঁটৰ ৫গৰাকী বিধায়কে বৃহস্পতিবাৰে ললে শপত।

বিজেপি মিত্ৰজোঁটৰ ৫গৰাকী বিধায়কে বৃহস্পতিবাৰে ললে শপত।প্ৰথমে শপত বাক্য পাঠ কৰে ৰূপজ্যোতি কুৰ্মীয়ে।উপস্থিত নাথাকিল কংগ্ৰেছ, AIUDFৰ এজনো সদস্য।বিজেপিৰ ৩গৰাকী আৰু UPPLৰ দুগৰাকী বিধায়কে ললে শপত।আটাইকেইজন বিধায়কক অভিনন্দ জ্ঞাপন কৰিলে বিধানসভাৰ অধ্যক্ষই।

Read More

তিনিদিনৰ বাবে উদং হ’ব দিছপুৰ

তিনিদিনৰ বাবে উদং হ'ব দিছপুৰ। মুম্বাইলৈ ৰাওনা বিজেপিৰ মন্ত্ৰী বিধায়ক। মুম্বাইত বিজেপিৰ তিনিদিনীয়া প্ৰশিক্ষণ। বিভিন্ন বিষয়ত বিধায়কসকলক দিব প্ৰশিক্ষণ। প্ৰশিক্ষণ শিবিৰত অংশ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Read More

মৃত্যুৰ ওচৰত হাৰ মানিলে যোছেফ মাৰাকে।

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে যোছেফ মাৰাকে।সুৰামত্ত অৱস্থাত গাড়ী চলোৱা ৰাজকন্যাৰ গাড়ীৰ খুন্দাত দুয়োটা ভৰি হেৰুৱাইছিল শ্ৰমিকজনে।বুধবাৰে পুৱা জি এম চিত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।জি এম চি এইছত ১ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছিল মাৰাক।

Read More

দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাত্‍ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দিল্লীত প্ৰধানমন্ত্ৰীক সাক্ষাত্‍ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত শৰ্মাই অৱগত কৰিলে প্ৰধানমন্ত্ৰীক।এক বিশেষ আলোচনাতো মিলিত হয় তেওঁলোক।অহা বছৰ এইমছৰ উন্মোচনী অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰীক আগতীয়াকৈ আমন্ত্ৰণ।ৰাজ্য চৰকাৰৰ কামৰো প্ৰতিবেদন জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীক।

Read More

মহানগৰীৰ খানাপাৰাত অঘটন।

মহানগৰীৰ খানাপাৰাত অঘটন।খানাপাৰাৰ চায়েন্স মিউজিয়ামৰ সমীপত বিদ্যুৎস্পৃষ্ট হ’ল দুজনকৈ শ্ৰমিক।বিদ্যুৎৰ খুঁটাত উঠি কাম কৰি থকাৰ সময়ত এডাল উচ্চ পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হ’ল দুজন শ্ৰমিক।গুৰুতৰভাৱে আঘাতপ্রাপ্ত শ্ৰমিক দুজন চাদ্দাম হুছেইন, ছফিকুল ইছলাম বুলি জানিব পৰা গৈছে।

Read More

অসম চৰকাৰে হাতত লৈছে বিশেষ ব্যৱস্থা!

অসমত অহা ২৭ নৱেম্বৰৰ ভিতৰত ১০০ শতাংশ যোগ্য লোকক কমেও এপালিকৈ ক'ভিড প্ৰতিষেধক প্ৰদান কৰিব ৰাজ্য চৰকাৰে। সফলতাৰে এই লক্ষ্যত উপনীত হোৱাৰ বাবে ৮ নৱেম্বৰৰ পৰা অহা ২৭ নৱেম্বৰলৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰত্যেক ভোটকেন্দ্ৰ এলেকাত 'ঘৰে ঘৰে পদাৰ্পণ' শীৰ্ষক বিশেষ…

Read More
Back To Top