Skip to content

গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় তিনিখনকৈ গ্ৰন্থ।

Divine Hand Welfare Organization নে দীৰ্ঘকালীন প্ৰচেষ্টাৰ অংশ হিচাপে ড০ হৃদয় ৰঞ্জন দাসৰ -প্ৰেমৰ গংগাজানো শুকায়,সেন্দুৰীয়া বাটে বাটে আৰু দীপাঞ্জলী চেতিয়া গগৈৰ অনুভৱৰ অলকানন্দা এই তিনিখন গ্ৰন্থ উন্মোচন কৰা হয় গুৱাহাটী প্ৰেছ ক্লাৱত।

Read more

আজি চাকৰি মেলাত হাহাকাৰ লক্ষাধিক নিবনুৱাৰ।

নিয়োগ মেলা’ত আজি হাহাকাৰ লক্ষাধিক নিবনুৱাৰ৷ আজি ‘নিয়োগ মেলা’ই প্ৰমাণ কৰিলে ৰাজ্যত নিবনুৱা সমস্যাৰ এখন ভয়াৱহ ছবি৷ এটা চাকৰিৰ আশাত পুৱাৰে পৰা নিয়োগ মেলাত ভিৰ কৰিলেহি বহু চাকৰি প্ৰত্যাশীয়ে৷ এই নিয়োগ মেলাৰ বিজ্ঞাপনত নিয়োগ প্ৰত্যাশীক বিভিন্ন আশা দেখুওৱা হৈছিল। চৰকাৰে…

Read more

সুৰাপান কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ শিল্পী জুবিন গাৰ্গৰ

প্ৰতিবছৰে নৱবৰ্ষ উদ্‌যাপনৰ নামত সুৰাপান কৰাৰ ফলত বহু লোকৰ মৃত্যু হয়। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰত কাকো অকালতে মৰিবলৈ দিয়া নহব বুলি ঘোষণা কৰিছে। এই ক্ষেত্ৰত কণ্ঠশিল্পী জুবিন গাৰ্গেও সুৰাপান কৰি গাড়ী নচলাবলৈ অনুৰোধ কৰি কয় যে…

Read more

সদনত শিক্ষা বিভাগৰ কাম কাজৰ বিৱৰণ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ

শিক্ষা বিভাগক লৈ বিধানসভাত বিধায়ক মনোৰঞ্জন তালুকদাৰে কৰা প্ৰশ্নৰ উত্তৰ দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ নতুনকৈ ঘোষিত হোৱা মাজুলী, ভট্টদেৱ, ৰবীন্দ্ৰনাথ ঠাকুৰ, সতিসাধিনী আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাৰম্ভিক কাম-কাজ চৰকাৰে দিয়া ৫০ কোটি অনুদানেৰে আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হৈছে বুলি সদনত…

Read more

লকডাউনৰ কৱলত পৰি ১০ কোটি ভাৰতীয় লোকে হেৰুৱালে কৰ্মসংস্থাপনৰ বাট

  কৰ’না কৰাল গ্ৰাসত পৰি ভাঙি পৰা ভাৰতৰ অৰ্থনীতিয়ে ঠন ধৰি উঠিব লওঁতেই আকৌ এবাৰ অনিশ্চিত ভৱিষ্যতৰ দিশলৈ গতি কৰিছে৷ দেশত এতিয়া ব্যাপক হাৰত বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি৷ লকডাউনৰ কৱলত পৰি ১০ কোটি ভাৰতীয় লোকে হেৰুৱালে কৰ্মসংস্থাপন। অৰ্থনীতিৰ এনে দুৰৱস্থাৰ ধাৰা…

Read more

পঞ্জাৱৰ লুধীয়ানাত জিলা আদালতৰ চৌহদৰ ভিতৰত সংঘটিত হৈছে বোমা বিস্ফোৰণ

বৃহস্পতিবাৰে দুপৰীয়া ১২-২২ বজাত সংঘটিত হোৱা এই বিস্ফোৰণত দুজন নিহত আৰু ৪ জন আহত হৈছে। এটা স্নানাগাৰৰ ভিতৰত এই বিস্ফোৰণ সংঘটিত হৈছিল। আদালতৰ চৌহদৰ বিল্ডিঙৰ দ্বিতীয় মহলাত সংঘটিত হৈছে বিস্ফোৰণ, আদালত কমপ্লেক্সটো আছিল ডি চি অফিচৰ কাষত।

Read more

অসম মানৱ অধিকাৰ আয়োগৰ(AHSC) নটিছ প্ৰেৰণ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰালৈ

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে কিছুদিন পূৰ্বে অভিযোগ আনিছিল যে কাৰাগাৰত কয়দিৰ মানৱ অধিকাৰ উলংঘা কৰাৰ লগতে থকা খোৱাৰ ব্যৱস্থা অতি শোচনীয়। আলীয়ে অনা অভিযোগক ভিত্তি কৰি AHSC য়ে বুধবাৰে মহানিৰীক্ষক (IG)নটিছ প্রেৰণ কৰে আৰু তদন্ত কৰি এক মাহৰ ভিতৰত…

Read more

অচিৰেই মুকলি হ’ব উঃ-পূবৰ প্ৰথমটো চাহ সংগ্ৰহালয়

পর্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্র হিচাপে ৰাজ্যৰ প্ৰথমটো টি মিউজিয়াম ডিব্ৰুগড়ত মুকলি কৰিব চৰকাৰে। ডিব্ৰুগড়ৰ কনভয় ৰোড তিনি আলিৰ সমীপত আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰি থকা হৈছে ভৱনটো। ভৱনৰ কাম প্ৰথম পৰ্যায়ৰ ৯০ শতাংশ কাম সম্পূর্ণ হৈ উঠিছে। নৰ্থ-ইষ্ট কাউঞ্চিলৰ অৰ্থসাহায্যৰে নিৰ্মাণ…

Read more

অসমৰ যোগাসন দলৰ ৩ টা স্বৰ্ণসহ ৯টা পদক অৰ্জন ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত

আহমেদাবাদত ৰাষ্ট্ৰীয় যোগাসন স্প’ৰ্টছ ফেডাৰেচনে আয়োজন কৰা যোগাসন প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা নগাঁৱৰ দলে সফলতা কঢ়িয়াই আনিছে। প্ৰতিযোগিতাখনিত অসমৰ দলটোয়ে ৩ টা সোনৰ পদক , ২ টা ৰূপৰ পদক , ৪ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ এই…

Read more

ভাৰতীয় নাগৰিকত্ব পাবলৈ ৭০০০ পাকিস্তানী নাগৰিকৰ আৱেদন

ভাৰতত নাগৰিকত্ব (সংশোধনী) আইনৰ বিধি বলবৎ নহওঁতেই নাগৰিকত্ব বিচাৰি ১০ হাজাৰতকৈয়ো অধিক বিদেশীয়ে কৰিছে আৱেদন৷ সংসদত গৃহ-মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, ২০২১ চনৰ ১৪ ডিচেম্বৰলৈকে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰা বিভিন্ন দেশৰ মুঠ নাগৰিকৰ সংখ্যা হৈছে ১০,৬৩৫গৰাকী। ইয়াৰে…

Read more
Back To Top