Skip to content

গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত ভৰলু বচাও অভিযানৰ এক অনুষ্ঠান

গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত আজি ভৰলু বচাও অভিযানৰ এখন সভা অনুষ্ঠিত হয়। অনুষ্ঠানটোত ভৰলু বচাও শীৰ্ষক গীত এটি মুকলি কৰা হয়। গীতটো মুকলি কৰে বিশিষ্ট গীতিকাৰ কীৰ্তি কমল ভূঞাই। গীতটো সৰ্বাংগসুন্দৰ, অৰ্থবহ হোৱা বুলি তেওঁ উল্লেখ কৰে। এনে ধৰণৰ গীত…

Read more

৪,৫ গৰাকী বিৰোধী বিধায়ক নতুন বছৰত বিজেপি দললৈ যোৱাৰ সম্ভাৱনা

ৰহা সমষ্টিৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাস বিজেপি দলৰ প্ৰতি আকৃষ্ট হোৱাৰ পিছত আকৌ ৪, ৫ জন বিধায়ক সাজু হৈছে বিজেপিত যোগদান কৰিবলৈ। শুকুৰবাৰে এই কথা জনালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। সমগ্ৰ ৰাজ্যখনৰ পৰা চাৰি পাঁচগৰাকী বিধায়ক আহিব বুলি মন্তব্য…

Read more

বৃহস্পতি বাৰে সদনত গৃহীত হ’ল অসম পৌৰ নিগম বিল ২০২১

এই বিলখনৰ জৰিয়তে পৌৰ নিগম বিভাগক প্ৰয়োজনত ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষমতা দিছে। এতিয়াৰ পৰা পৌৰসভাৰ ৫০% আসন মহিলাৰ বাবে সংৰক্ষিত থাকিব। পূৰ্বতে এটা ৱাৰ্ড মহিলাক ৫ বছৰৰ বাবে দিয়া হৈছিল বৰ্তমান ১০ বছৰৰ বাবে সময়সীমা বঢ়োৱা হৈছে অৰ্থাৎ এটা…

Read more

সুৰাপান কৰি গাড়ী চলোৱা ব্যক্তিক ১০,০০০ টকাকৈ জৰিমণা বিহিলে অসম আৰক্ষীয়ে

সুৰাপান কৰি গাড়ী চলোৱা ব্যক্তিৰ প্ৰতি কঠোৰ হৈছে মহানগৰ আৰক্ষী। যোৱা নিশা সুৰপান কৰি গাড়ী চলোৱা অপৰাধত ২৬ জন লোকৰ আৰক্ষীয়ে লাইচেন্স জব্দ কৰে লগতে প্ৰত্যেক জনকে ১০,০০০/- টকা জৰিমনা বিহে।

Read more

মমতা বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ পিষ্টল চুৰি কৰা অসমৰ যুৱকক গ্ৰেপ্তাৰ পশ্চিমবংগ আৰক্ষীৰ

কামাখ্যাত পূজা দিবলৈ অহা পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াগৰাকী ৰে’লেৰে কলকাতালৈ ঘূৰি যোৱাৰ সময়তে বুধবাৰে পুৱা কোচবিহাৰ ষ্টেচনত নিৰাপত্তাৰক্ষীগৰাকীৰ পৰা চোৰে লুটি নিয়ে টকা, দুটা পিষ্টল আৰু মোবাইল ফোন। কোচবিহাৰ ষ্টেচনত থকা চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে দীপক সাহা…

Read more

বৃহস্পতি বাৰে সদনত গৃহীত হ’ল গো-সুৰক্ষা সংশোধনী আইন৷

বিধানসভাৰ শীতকালীন অধিবেশনৰ চতুৰ্থ দিনা গৃহিত হয় গো- সুৰক্ষা আইনখন৷ এই আইনখনৰ জৰিয়তে গো-হত্যা ৰোধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে চৰকাৰে৷ বাংলাদেশৰ সীমামূৰীয়া জিলালৈ গো-সৰবৰাহ বন্ধ কৰিব এই আইনে। অবৈধ গো-সৰবৰাহ কৰা বাহনৰ মালিকেও শাস্তি পাব লগতে জব্দকৃত বাহন নিলাম…

Read more

এতিয়াৰে পৰা চাকৰিৰ বাবে দিব নালাগে বেলেগ বেলেগ পৰীক্ষা!

২৩, ডিচেম্বৰ ২০২১ তাৰিখে সদনত গৃহীত হ’ল ‘‘The Assam Direct Recruitment Commissions for Analogous Posts in Class-III and Class-IV Bill, 2021’’। এতিয়াৰ পৰা বেলেগ বেলেগ বিভাগৰ কাৰণে বেলেগ বেলেগ পৰীক্ষা দিব নালাগে। APSC আৰু UPSCৰ দৰে এখন ব’ৰ্ডে অনুষ্ঠিত কৰিব…

Read more

অসম ৰাজ্যিক চিৰিয়াখানাত মৃত্যু জিৰাফৰ

বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত মৃত্যু হয় জিৰাফ জনীৰ। জিৰাফ জনীৰ মৃত্যুৰ কাৰণ জানিবলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ লৈ যোৱা হৈছে।২০২০চনত মাইসূৰৰ পৰা অনা হৈছিল দুটা জিৰাফ।ইয়াৰে ৰঙিলী নামৰ জিৰাফ জনীৰ মৃত্যু হয়। চিৰিয়াখনাৰ কৰ্মচৰীসকলৰ মতে DFO আৰু অস্বনী কুমাৰে…

Read more

গুৱাহাটী প্ৰেছ ক্লাৱত জনসংখ্যা সমাধান ফাউণ্ডেচন অসমৰ সংবাদমেল।

গুৱাহাটী প্ৰেছ ক্লাৱত আজি জনসংখ্যা সমাধান ফাউণ্ডেচন অসমে আয়োজন কৰে এক সংবাদমেল। সংবাদমেল সম্বোধন কৰে জেএছএফ অসমৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাই। জনসংখ্যা বিস্ফোৰণকলৈ অসমৰ সকলো ৰাইজক সজাগ কৰিবৰ বাবে এই সংবাদমেল আয়োজন কৰা হয়। সংবাদমেলত উপস্থিত থাকে হৰেন্দ্ৰ বৰাৰ লগতে ৰত্না…

Read more
Back To Top