Skip to content

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত হয়।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেলখনৰ মূল কাৰণ হ'ল ভূমি কেলেংকাৰি।এই কেলেংকাৰিত জড়িত অসম জাতীয় পৰিষদৰ উপ সভানেত্ৰী মামনি তালুকদাৰ চৌধুৰী।তেওঁৰ ওপৰত এটা গোচৰ ৰুজু কৰা হৈছে।

Read more

আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় Pre Women’s Day Celebration।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় Pre Women's Day Celebration।এগৰাকী মহিলাই আন এগৰাকী মহিলাক সহায়ৰ উদ্দেশ্য খোলা হৈছে Divine Beam Charitable নামৰ foundationটো।এই সংগঠনটোৰ প্ৰতিষ্ঠাপক হৈছে ৰিটায়াৰ্ড মেজৰ মেঘনা এহলাৱট।

Read more

আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত হয়।

আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেল সম্বোধন কৰে কংগ্ৰেছৰ সংবাদ মাধ্যমৰ অধ্যক্ষ মনজিৎ মহন্তই।মাজুলিৰ নিৰ্বাচনী প্ৰচাৰত কৰা মন্তব্যৰ বিৰোধিতা কৰি এই সংবাদমেল কংগ্ৰেছৰ সংবাদ মাধ্যমৰ অধ্যক্ষ মনজিৎ মহন্তৰ।

Read more

চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিৰ আশাত বন্দী হৈ আছে জনগন:অজিত ভূঞা

অজিত ভূঞাৰ সংবাদমেল।অসমৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে।অসমীয়াৰ মাটি-ভেটি নিলাম কৰি আন এক আক্ৰমণ চলাইছে চৰকাৰে।পানীৰ দৰত কেনেকৈ কাগজ কলৰ মাটি আৰু যন্ত্ৰ পাতি বিক্ৰীৰ কথা ভাবিছে।মাজুলীৰ ভোটাৰ ৰাইজে বিজেপি দলৰ চৰকাৰৰ কামক ইতিমধ্যে বুজি উঠিছে:অজিত ভূঞা।

Read more

গড়চুক নিজৰাপাৰা পাহাৰত ভয়ংকৰ অগ্নিকাণ্ড।

গড়চুক নিজৰাপাৰা পাহাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।৬খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুঁই নুমুৱাবলৈ সক্ষম হোৱা নাই।কোনো দুস্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰাৰ সন্দেহ কৰিছে ৰাইজে।ঘটনাস্হলীত উপস্হিত গড়চুক আৰক্ষী।

Read more

পুনৰ গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

পুনৰ গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।হেদায়াৎপুৰৰ এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।গ্ৰেপ্তাৰ কৰা হৈছে তিনি জন ব্যক্তিক।লতাশীল আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

Read more

মহানগৰীত চিটিবাছৰ দৌৰাত্ম্য ৰোধৰ বাবে কঠোৰ জিলা প্ৰশাসন

মহানগৰীত চিটিবাছৰ দৌৰাত্ম্য ৰোধৰ বাবে কঠোৰ জিলা প্ৰশাসন।মহানগৰৰ ৬০টা বিভিন্ন বাছ আস্থানত অতি সোনকালে আস্থান হিচাপে চিহ্নিত কৰা স্থায়ী ফলক লগাবলৈ গুৱাহাটী পৌৰ নিগম, পৰিবহন বিভাগ আৰু লোক নিৰ্মাণ বিভাগক যুটীয়াভাৱে ব্যৱস্থা লব’লৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। আনহাতে, এতিয়াৰে পৰা য'তে…

Read more

আজি গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি হ’ল নতুন কেৱ সেৱা উল্টা কেৱ(Oolta Cab)

আজি গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি হ'ল নতুন কেৱ সেৱা উল্টা কেৱ(Oolta Cab)।কেৱল গুৱাহাটীতে নহয় অসমৰ যিকোনো জেগাতে লাভ কৰিব উল্টা কেৱ(Oolta Cab)।অসমৰ উদীয়মান যুৱ প্ৰজন্মক হাতত লৈ গুৱাহাটীত তপন কুমাৰ ভূঞাৰ নেতৃত্বত জন্ম লাভ কৰিছে এই প্ৰতিষ্ঠানটোৱে।

Read more

স্বৰাজ উদ্‌যাপন সমিতিৰ সংবাদমেল

৭৫ সংখ্যক স্বৰাজ উদ্‌যাপন সমিতিৰ সংবাদমেল।স্বাধীনতাৰ ৭৫বৰ্ষ উপলক্ষে দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছে।ইয়ৰ লগত সংগতি ৰাখি স্বৰাজ উদ্‌যাপন সমিতি অসমে বছৰযোৰা কাৰ্যসূচী হাতত লৈছে।

Read more

আজি খানাপাৰাত সাংস্কৃতিক সমন্বয়ৰক্ষী সমিতিৰ এক সংবাদমেল অনুষ্ঠিত হয়।

আজি খানাপাৰাত সাংস্কৃতিক সমন্বয়ৰক্ষী সমিতিৰ এক সংবাদমেল অনুষ্ঠিত হয়।ধৰ্মীয় পৰিচয় নহয়,থলুৱা সাংস্কৃতিক পৰিচয়ৰেহে অসমৰ গৰীয়া,মৰীয়া তথা দেশী জনগোষ্ঠী সকলৰ অস্তিত্ব জীয়াই থাকিব।ইয়াৰ উপৰিও আৰু বহু গুৰুত্বপূৰ্ণ আলোচনা কৰে উক্ত সংবাদমেলখনত।

Read more
Back To Top