প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জেষ্ঠ নেতা আব্দুল মুহিব মজুমদাৰ অসুস্থ।
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ জেষ্ঠ নেতা আব্দুল মুহিব মজুমদাৰ অসুস্থ। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন আব্দুল মুহিব মজুমদাৰ৷ উন্নত চিকিৎসাৰ বাবে হাইলাকান্দিৰ পৰা গুৱাহাটীলৈ অনা হৈছিল তেওঁক৷ GHMC ত তেখেতৰ স্বাস্থ্যৰ বুজ ললে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰানা গোস্বামীৰ লগতে…