Skip to content

BTCৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ নাম লৈ প্ৰৱঞ্চনাৰ জাল

BTCৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ নাম লৈ প্ৰৱঞ্চনাৰ জাল। প্ৰমোদ বড়োৰ নামত লুটিলে বৃহৎ পৰিমাণৰ ধন। প্ৰমোদ বড়োৰ নামত বনাইছিল ভুৱা পেড। জাল কৰিছিল প্ৰমোদ বড়োৰ চহী। ঘটনা সন্দৰ্ভত গোচৰ তৰিলে বিটিচি প্ৰধানৰ OSD-এ।

Back To Top