skip to Main Content

বলিউদৰ প্ৰখ্যাত অভিনেতা ইমতিয়াজ খানৰ দেহাৱসান

এন. এন. ব্যুৰো ১৭ মাৰ্চঃ সোমবাৰে বলীউডৰ প্ৰখ্যাত অভিনেতা ইমতিয়াজ খানৰ ৭৮ বছৰ বয়সত মৃত্যু হয়। অভিনেতা ইমতিয়াজ খান গব্বৰ ৰূপে খ্যাত আমজাদ খানৰ ভাতৃ আৰু বিখ্যাত ধাৰাবাহিক অভিনেত্ৰী কৃত্তিকা দেশাইৰ স্বামী আছিল । অভিনেতা ইমতিয়াজ খানে ১৫ অক্টোবৰ, ১৯৪২…

Read More

ঘাতক ৰাজপথঃ মহানগৰীত দুৰ্ঘটনাত নিহত দুই যুৱক

এন.এন ব্যুৰো, ১৬ মাৰ্চঃ গুৱাহাটী মহানগৰীৰ পল্টনবজাৰত দেওবাৰে শেষ নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মটৰচাইকেলেৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা এখন পানী টেংকাৰে খুন্দিওৱাৰ ফলত নিহত হয় দুজনকৈ সুঠাম যুৱক। নিহত ধ্ৰুৱ কলিতা আৰু নিলোৎপল নাথ নামৰ যুৱক…

Read More

আহোমে দি যোৱা পৰিচয় সোণোৱালে পুনৰ প্ৰতিষ্ঠা কৰিবঃ আশাবাদী খিলঞ্জীয়া মুছলমান

এন.এন ব্যুৰো, ১৬ মাৰ্চঃ আজি গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত গৰীয়া, মৰিয়া, দেশী, চাহ জনগোষ্ঠী আৰু জলহাসকলৰ ২৩টা সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত জনগোষ্ঠীয় সমন্বয় পৰিষদ, অসমৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰতিনিধিসকলৰ লগতে ডা০ ইলিয়াছ আলী, ড০ আবু হানিফা, ৰফিউল হুছেইন…

Read More

গামোচাৰ মাস্কঃ গহপুৰৰ উদ্যমীৰ ব্যতিক্ৰমী প্ৰচেষ্টা

এন.এন ব্যুৰো, ১৬ মাৰ্চঃ ক’ৰোণা ভাইৰাছৰ আতংকৰ পাছতে ভাৰতৰ লগতে অসমটো মাস্ক আৰু ছেনিটাইজাৰৰ চাহিদা বৃদ্ধি পোৱা দেখা গৈছে। কিন্তু পৰ্যাপ্ত পৰিমানে ফাৰ্মাচী বা বজাৰসমূহত মাস্ক আৰু ছেনিটাইজাৰ উপলব্ধ নোহোৱাত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই। বজাৰৰ ব্যয়বহুল মাস্ক ভিতৰুৱা…

Read More

কৰোণা মানেই মৃত্যু নহয়

এন.এন ব্যুৰো, ১৬ মাৰ্চঃ দেশত কৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰাৰ পাছতেই এইবাৰ অসমতো বিৰাজ কৰিছে আতংকই। ইতিমধ্যে সোমবাৰলৈকে ভাৰতবৰ্ষত মুঠ ১১৪ গৰাকী ব্যক্তিৰ দেহত COVID-19 ৰ উপস্হিতি নিশ্চিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্হ্য মন্ত্ৰালয়ে জনোৱা মতে ৰাজস্হানত তিনিজন…

Read More

শিশুৰ জীৱনক লৈ হেতালি ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰঃ চৰকাৰী নিৰ্দেশৰ বিপৰীতে খোলা থাকিল মহৰ্ষি বিদ্যা মন্দিৰ

এন.এন ব্যুৰো, ১৬ মাৰ্চঃ সমগ্ৰ বিশ্বত কৰোণাই সৃষ্টি কৰা আতংকৰ বাবে দেওবাৰে ৰাজ্যচৰকাৰে সকলো চৰকাৰী/বেচৰকাৰী শিক্ষানুষ্ঠানসমুহ ২৯ মাৰ্চলৈ বন্ধ থাকিব বুলি ঘোষণা কৰিছিল। কিন্তু তাৰ পৰিবৰ্তে চৰকাৰৰ এই নিৰ্দেশ অমান্য কৰিলে মহৰ্ষি বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। অন্য দিনৰ দৰে…

Read More

বটদ্ৰৱাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্রীয় কাৰ্যনিৰ্বাহক সভা

এন.এন ব্যুৰো, ১৫ মাৰ্চঃ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্রীয় কাৰ্যনিৰ্বাক সভা। সদৌ অসম কৰ্মচাৰী পৰিষদৰ নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত আজি অনুষ্ঠিত নতুন…

Read More

গুৱাহাটী প্ৰেছ ক্লাৱৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ

এন.এন ব্যুৰো, ১৫ মাৰ্চঃ সদ্যঅনুষ্ঠিত গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকলে আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। শপত বাক্য পাঠ কৰায় আসাম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক পি.জে বৰুৱাই। গুৱাহাটী প্ৰেছ ক্লাৱত হোৱা অনুষ্ঠানটিত সভাপতি পদত জয়ী হোৱা মনোজ নাথ, উপ-সভাপতি পদত…

Read More

ঘাইপথত অঘটনঃকলা ছাঁইত পৰিণত হ’ল কলা হীৰাৰ ট্ৰাক

এন.এন ব্যুৰো, ১৫ মাৰ্চতঃ তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহি থকা কয়লা ভৰ্তি ট্ৰাক এখন যোৰাবাট আৰক্ষী চকীৰ অন্তৰ্গত গনেশ মন্দিৰ নেপালী বস্তিৰ সমীপত ৰবিবাৰে ৩৭ নং ঘাইপথত দুৰ্ঘটনা গ্ৰস্ত হয়। AS-01HC-5312 নম্বৰৰ ট্ৰাকৰ চালক জনে নিয়ন্ত্ৰন হেৰুৱাই ডিভাইদাৰত খুন্দা মাৰে…

Read More
Back To Top