অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান IPS হিৰেণ চন্দ্ৰ নাথলৈ ৰাষ্ট্ৰপতি পুলিচ মেডেল বঁটা
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিৰেণ চন্দ্ৰ নাথলৈ ৰাষ্ট্ৰপতি বঁটা।১৩ গৰাকী আৰক্ষী কণিষ্ঠবললৈ আগবঢ়োৱা হৈছে পুলিচ মেডেল।৩০ গৰাকী IPS বিষয়াৰ ভিতৰত অসমৰ হিৰেণ চন্দ্ৰ নাথৰ নাম।