Skip to content

মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছী সাংসদ আব্দুল খালেকৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিৰুদ্ধে  দিছপুৰ থানাত প্ৰায় ২ পৃষ্ঠাৰ এজাহাৰ দাখিল আব্দুল খালেকে।  আব্দুল খালেকে কয় যে, ''সংবিধানৰ নামত শপত খাই মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাই 'বাংলাদেশী মুছলমান" বুলি কৈ সংখ্যালঘু লোকক উপলুঙা কৰিছে। খালেকৰ মতে, মুখ্যমন্ত্ৰীয়ে ভাৰতীয় দণ্ডবিধি…

Read more

ৰাজ্যত বৃদ্ধি পাইছে এইডছত আক্ৰান্তৰ সংখ্যা, কামৰূপ জিলাতে ৩৫৮ গৰাকী এইডছ আক্ৰান্ত ৰোগী

কামৰূপ জিলা এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কোষৰ উদ্যোগত অনুষঠিত এক কৰ্মশালাত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। এইডছ নিয়ন্ত্ৰণ বিষয়া ডাঃ নৰেন্দ্ৰ সি টিছুৱে সদৰি কৰা মতে বিগত ৩১ অক্টোবৰ পৰ্যন্ত ৰাজ্যত মুঠ ২০, ৮৪১ গৰাকী লোকৰ দেহত ধৰা পৰিছে এইডছ।…

Read more

অসমীয়া ভাষালৈ সুখবৰ আনিছে অনলাইন নিউজ এপ ডেইলীহাণ্ট-এ

ডেইলীহাণ্ট হৈছে বাংগালুৰুস্থিত ভাৰতীয় সমল আৰু নিউজ এপ, যিয়ে একাধিক সমল প্ৰদানকাৰীৰ পৰা ১৪টা ভাৰতীয় ভাষাত স্থানীয় ভাষাৰ সমল প্ৰদান কৰে৷ এই বৰ্ষৰ প্ৰাৰম্ভতে পৰীক্ষামূলকভাৱে ডেইলীহাণ্টত অসমীয়া ভাষাক অন্তৰ্ভুক্ত কৰোৱা হৈছিল আৰু কম সময়ৰ ভিতৰত ই জনপ্ৰিয় হৈ উঠিছিল৷ এতিয়া…

Read more

আজি ১৩৭ তম্ কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা দিৱস

১৩৭ তম্ কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা দিৱস পালন। দিনজোৰা কাৰ্য্যসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজীৱ ভৱনত প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।দলৰ মূখ্য কাৰ্যালয়ত দলীয় পতাকা উত্তোলনৰ ১৩৭ তম্ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।

Read more

PSO প্ৰসংগত ভূপেন বৰা-দেৱব্ৰত শইকীয়া প্ৰতিক্ৰিয়া

PSO কংগ্ৰেছী সংস্কৃতি বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যত জাঙুৰ খাই উঠিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া।

Read more

পাণ্ডুত আৰম্ভ হ’ব জাহাজ মেৰামতি কেন্দ্ৰৰ নিৰ্মাণৰ কাম, মন্ত্ৰী সোণোৱালৰ ঘোষণা

কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱাল সোমবাৰে পাণ্ডু বন্দৰ (Pandu Port, Guwahati)ত উপস্থিত হৈ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্রাধীকৰণৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। ২০২২ চনৰ মে' মাহৰপৰা পাণ্ডুত জাহাজ মেৰামতি…

Read more

কেবৰ লগতে ৰেপিড’ ওপৰতো চোকা দৃষ্টি ৰাখিব পৰিবহণ বিভাগে

সোমবাৰে নিশা মহানগৰীৰ ১৬ টাকৈ স্থানত DTO হিমাংশু দাসৰ নেতৃত্বত পৰিবহণ বিভাগে অভিযান চলায়৷ কেবৰ লগতে ৰেপিড’ৰ ওপৰতো চোকা দৃষ্টি ৰাখিব পৰিবহণ বিভাগে৷ ৩১ ডিচেম্বৰৰ নিশা সুৰাপান কৰি অহা কেবৰ ড্ৰাইভাৰৰ লগতে ৰেপিড’ চালকেও ভৰিব জৰিমনা। ৰেপিড’ চালকে যদি সুৰাপান…

Read more
Back To Top