Skip to content

এন চি চিৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী পদত অসম সন্তান মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ কাৰ্যভাৰ গ্ৰহণ

এন চি চিৰ উত্তৰ পূব মণ্ডলৰ মুৰব্বী পদত অসম সন্তান মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ কাৰ্যভাৰ গ্ৰহণ।ভাৰতীয় সেনাৰ অতি সন্মানীয় তৃতীয় পদমৰ্য্যদাৰ পদবী মেজৰ জেনেৰেলৰ দৰে গুৰুত্বপূৰ্ণ পদত ভাস্কৰ কলিতা। নতুন দিল্লীৰ সেনাৰ মুখ্য কাৰ্যালয় "সেনা ভৱনত " কাৰ্যনিৰ্বাহ কৰি আছিল…

Read more

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনলাইন হ’ব পৰীক্ষা।

২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ চতুৰ্থ ছেমিষ্টাৰৰ পৰীক্ষা।অনলাইন মাধ্যমেৰে অনুষ্ঠিত হ’ব এই পৰীক্ষা। বি এ, বি এছ চি, বি কমকে ধৰি সকলো শাখাৰে ৰেগুলাৰ আৰু এৰিয়াৰ সকলোৰে বাবে অনুষ্ঠিত হ’ব এই পৰীক্ষা।আইড’লৰ চতুৰ্থ ছেমিষ্টাৰৰ পৰীক্ষাও অনুষ্ঠিত হ’ব ২০…

Read more

শিশু শ্ৰমিকক লৈ উত্তেজনা!

শিশু শ্ৰমিকক লৈ উত্তেজনা। নগাঁৱৰ বেবেজীয়াত এগৰাকী অতিৰিক্ত উপায়ুক্তৰ পিতৃৰ ঘৰত দুগৰাকী কন্যা শিশু শ্ৰমিক হিচাপে ৰখাৰ অভিযোগ। কন্যা দুগৰাকীৰ বয়স ক্ৰমে ১৩ আৰু ১৪ বছৰ। কন্যা দুগৰাকীৰ অভিভাৱকে ঘৰলৈ উভতাই নিবলৈ আহোতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাস্থলীত উপস্থিত হোৱা…

Read more

ৰেভ পাৰ্টিৰ সৈতে জড়িত মাষ্টাৰ মাইণ্ড বিশাল চৌধুৰীক এনকাউণ্টাৰ

ৰেভ পাৰ্টি কাণ্ডৰ মূল অভিযুক্ত বিশাল চৌধুৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলি।আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হয়।দুটাকৈ গুলী লাগিছে ভৰিত।বৰ্তমান জি এম চি এইচত চিকিতসাধীন হৈ আছে বিশাল।বিশালক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে।

Read more
Back To Top