skip to Main Content

সীমা বিবাদ নিষ্পত্তি কৰাৰ উদ্দেশ্যে বৈঠকত মিলিত হ’ব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী

দীৰ্ঘদিন ধৰি অসম-মেঘালয়ৰ মাজত চলি অহা সীমা বিবাদ শেষ কৰিবলৈ দুয়ো ৰাজ্যই এইপৰ্যন্ত মীমাংসালৈ আহিব পৰা নাই। কেইদিনমান পূৰ্বে কামৰূপৰ লাম্পিত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই লাম্পিবাসীক সীমা সমস্যাৰ আশ্বাস দিছিল৷ বুধবাৰে সীমা সমস্যাক লৈ…

Read More

গুৱাহাটীত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনচং

অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বাবে গুৱাহাটীত উপস্থিত মেঘালয়ৰ মন্ত্ৰীৰ দল। শনিবাৰে গুৱাহাটীত উপস্থিত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনচং । উপ-মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত মেঘালয়ৰ মন্ত্ৰী-বিধায়কৰ দল। অসম চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, অতুল বৰা, উপায়ুক্ত বিশ্বজিত পেগুৰ সৈতে বিবদমান অঞ্চল পৰিদৰ্শন দলটোৰ। গুৱাহাটীৰ…

Read More

নিশা মেঘালয়ত ভয়ংকৰ পথ দুৰ্ঘটনা

নিশা মেঘালয়ত ভয়ংকৰ পথ দুৰ্ঘটনা। ২১ গৰাকী যাত্ৰীসহ ৰিংদি নদীত বাগৰিল মেঘালয় পৰিবহণ বিভাগৰ বাছ। পূব গাৰো পাহাৰ জিলাত সংঘটিত হয় দুৰ্ঘটনাটো। বাছখন তুৰাৰ পৰা শ্বিলঙলৈ আহি থকা অৱস্থাত এই শোকাৱহ ঘটনা। দুৰ্ঘটনাত বাছখনত থকা ৬ গৰাকীকৈ যাত্ৰীৰ মৃত্যু হয়।

Read More
Back To Top