Skip to content

পদ্মভূষণ সন্মান প্ৰত্যাখান পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভটাচাৰ্যৰ

গণৰাজ্য দিৱসত প্ৰদান কৰা পদ্মভূষণ সন্মান গ্ৰহণ নকৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভটাচাৰ্যই।তেওঁ প্ৰত্যাখ্যান কৰে এই বিশিষ্ট সন্মান।তেওঁৰ মতে এই কথা তেখেতে বহুত আগতে জানিব লাগিছিল।তেওঁক এই বিষয়ে কোনেও অৱগত কৰা নাছিল।সেয়েহে তেওঁ এই সন্মান প্ৰত্যাখ্যান কৰিছে।

Read more

আজি ৭৩ সংখ্যক গণৰাজ্য দিৱস।

আজি ২৬ জানুৱাৰী,ক'ভিডসৃষ্ট পৰিবেশৰ মাজতে সকলোৱে খুব সুন্দৰভাৱে পালন কৰিছে ৭৩ সংখ্যক গণৰাজ্য দিৱস।আজিৰ দিনটোত সকলোৱে এটা মুকলি মন লৈ নিৰ্ভীকভাৱে ওলাই আহিছে,কিয়নো কোনো এটা দল সংগঠনে আজি বন্ধ ঘোষনা কৰা নাই।এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।সকলোকে পতাকা…

Read more

Whats App,Telegram ব্যৱহাৰত নিষেধাজ্ঞা

Whats App,Telegram ব্যৱহাৰত নিষেধাজ্ঞা।চৰকাৰী কৰ্মচাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা,গুৰুত্বপূৰ্ণ তথ্য় প্ৰেৰণ কৰিবলৈ Whats App,Telegram ৰ দৰে এপ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা।ব্যক্তিগত এপৰ জৰিয়তে তথ্য শ্বেয়াৰ কৰিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে।ব্যক্তিগত App বোৰত চৰকাৰৰ উচ্চ-স্তৰৰ তথ্য আৰু নথিপত্ৰ শ্বেয়াৰ নকৰিবলৈ নিৰ্দেশনা।গুৰুত্বপূৰ্ণ আৰু গোপন…

Read more

কাইলৈ ৭৩ সংখ্যক গণৰাজ্য দিৱস

কাইলৈ দেশে উদযাপন কৰিব ৭৩ সংখ্যক গণৰাজ্য দিৱস।ৰাজ্যজুৰি গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি,কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ।লগতে খানাপাৰাৰটো আয়োজন কৰা হ'ব গণৰাজ্য দিৱস।সাজু কৰি তোলা হৈছে খানাপাৰাৰ।পেৰেডৰ চূড়ান্ত আখৰা আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ।এইবাৰ পেৰেডত নাথাকে NCCকে ধৰি ছাত্ৰ-ছাত্ৰী।কোভিড পৰিস্থিতিৰ বাবে ৰাজ্য…

Read more

মাতৃত্ব অর্জন কৰিলে প্ৰিয়ংকা চোপ্ৰাই

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ ৰ ঘৰলৈ আহিল সন্তান। প্ৰিয়ংকাই কালি নিশা অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰে পিতৃ-মাতৃ হোৱাৰ খবৰ। বিবাহৰ ৩ বছৰ পিছত তেওঁলোকৰ ঘৰত জন্মিল সন্তান। প্ৰিয়ংকাই এগৰাকী মাতৃ হ'বলৈ পাই যথেষ্ট সুখী বুলি জনায় অনুৰাগীকক। খবৰ অনুসৰি,…

Read more

মেঘালয়ৰ মুখ্যমন্ত্ৰী কোৰোনাত আক্ৰান্ত,অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে গৈছিল দিল্লীলৈ

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা কোৰোনাত আক্ৰান্ত।হোম কোৱাৰেন্টাইন হৈ আছে মুখ্যমন্ত্ৰীগৰাকী।টুইটাৰযোগে সদৰি কৰিলে কনৰাড চাংমা।তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে টেষ্ট কৰাবলৈ আহ্বান।উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে গৈছিল দিল্লীলৈ।দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত কৰিছিল দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে।

Read more

মেঘালয় সীমান্তলৈ যাব অসম ছাত্ৰ সন্থা সহ পাছ জনজাতীয় সংগঠন

মেঘালয় সীমান্তলৈ যাব অসম ছাত্ৰ সন্থা সহ পাছ জনজাতীয় সংগঠন।সীমান্ত পৰিদৰ্শন কৰি স্থানীয় বাসিন্দাৰ মতামত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব প্ৰতিবেদন। ছাত্ৰ সন্থাইয়ো বিচাৰে অসম সীমা সমস্যাৰ স্থায়ী সমাধান।দুয়োখন ৰাজ্যৰ সীমা সমস্যাক লৈ চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি জনাইছে সকলোৱে।১২টা…

Read more

পুনৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ বেংক কৰ্মচাৰীসকলৰ!

২৩, ২৪ ফেব্ৰুৱাৰীত পুনৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ বেংক কৰ্মচাৰীসকলৰ। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ’চিয়েচনকে ধৰি বেংক কৰ্মচাৰীৰ একত্ৰিত সংগঠনে বেংক ধৰ্মঘট ঘোষণা কৰে। সমগ্ৰ দেশৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বেংকৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰিব এই প্ৰতিবাদী কাৰ্যসূচীত।…

Read more

অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ

অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বাসগৃহত মিলিত হোৱা বৈঠকত অসম-মেঘালয় সীমা সমস্যাৰ প্ৰতিবেদন দাখিল কৰে।কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পৰীক্ষা কৰিব ৰিজিঅ'নেল কমিটীৰ প্ৰতিবেদন। ২৬ জানুৱাৰীৰ পিছত পুনৰ গৃহমন্ত্ৰীৰে অনুষ্ঠিত হ'ব বৈঠক। এই বৈঠকৰ পিছতেই কেন্দ্ৰীয় গৃহ বিভাগে…

Read more

অসম-মেঘালয় সীমা বিবাদ মীমাংসা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাত কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে

আজি দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দীৰ্ঘদিনীয়া অসম-মেঘালয় সীমা বিবাদ মীমাংসা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাত কৰি সহমতৰ প্ৰস্তাৱ আগবঢ়াব মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে সীমা বিবাদক লৈ দুয়ো ৰাজ্যই উপনীত হোৱা সমমতৰ প্ৰস্তাৱৰ ওপৰত সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

Read more
Back To Top