skip to Main Content

NSUI-দাখিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ।

NSUI-দাখিল কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ।উত্তৰাখণ্ডত ৰাহুল গান্ধী সন্দৰ্ভত কৰা মন্তব্যৰ কাৰণে দাখিল কৰিলে এজাহাৰ।মহাৰাষ্ট্ৰৰ ৰামনগড়ৰ আৰক্ষী চকীত দাখিল কৰা হৈছে এজাহাৰ।

Read More

মুখ্যমন্ত্ৰীক APCCৰ সভাপতি ভূপেন বৰাৰ সকীয়নি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক APCCৰ সভাপতি ভূপেন বৰাৰ সকীয়নি ।ৰাহুল গান্ধী সন্দৰ্ভত হিমন্তবিশ্ব শৰ্মাই কৰা মন্তব্যত ভূপেন বৰাৰ প্ৰতিক্ৰিয়।

Read More

১২ আৰু ১৩ ফেব্ৰুৱাৰীত IPLৰ মেগা নিলাম।

১২ আৰু ১৩ ফেব্ৰুৱাৰীত IPLৰ মেগা নিলাম। বেংগালুৰুত পুৱা ১১ বজাৰ পৰা হ’ব নিলাম।এইবাৰৰ IPLত দুটা নতুন টীমৰ সংযোজনৰে হ’ব মুঠ ১০টা টীম। IPLৰ নতুন দল কেইটা হ'ল লক্ষ্ণৌ ছুপাৰজায়েণ্টছ আৰু গুজৰাট টাইটান। IPLৰ নিলাম তালিকাত অসমৰ একমাত্ৰ খেলুৱৈ হৈছে…

Read More

অভিনেতা প্ৰবীণ কুমাৰ চবতিৰ দেহাৱসান।

অভিনেতা প্ৰবীণ কুমাৰ চবতিৰ দেহাৱসান।মহাভাৰতৰ ভীমৰ চৰিত্ৰত অভিনয় কৰিছিল প্ৰবীণ কুমাৰে।৭৪ বছৰ বয়সত দেহাৱসান অভিনেতাগৰাকীৰ।দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰবীণ কুমাৰ।বলিউডৰ কেইবাখনো চলচিত্ৰত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল অভিনেতাজনে।

Read More

আজি দিল্লীলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

আজি দিল্লীলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।অসম-মেঘালয় সীমা সমস্যা সৰ্ম্পকে এক আলোচনাত বহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।আলোচনাত অংশ লব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়েও।

Read More

পঞ্চম বাৰৰ বাবে ১৯-অনুৰ্ধৰ বিশ্বকাপ খীতাপ আজুৰিলে ভাৰতে।

ইতিহাস ৰচিলে ভাৰতীয় ক্ৰীকেট দলে।ইংলেণ্ডক চাৰি উইকেটত পৰাস্ত কৰিলে টীম ইণ্ডিয়াই।ভাৰতীয় দলৰ বিজয়ৰ পিছতে BCCIয়ে কৰিলে বৃহৎ ঘোষণা।প্ৰতিগৰাকী খেলুৱৈলৈ ৪০ লাখ টকাকৈ প্ৰদান কৰিব।

Read More

লতা মংগেশকাৰ আৰু নাই,৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে

কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ আৰু নাই। ৯২ বছৰ বয়সত মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে। শেহতীয়াকৈ আইচিইউৰ পৰা স্থানান্তৰ কৰা হৈছিল গায়িকাগৰাকীক । আজি পুৱাৰে পৰা পুনৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক লাইফ ছাপ’ৰ্ট ছিষ্টেমত ৰখা…

Read More

ক’ৰণাত আক্ৰান্ত ৭ জনকৈ ভাৰতীয় ক্ৰিকেটাৰ।

ক'ৰণাত আক্ৰান্ত হৈছে ৭ জনকৈ ভাৰতীয় ক্ৰিকেটাৰ।টীম ইণ্ডিয়াৰ ৭জনকৈ ক্ৰিকেটাৰৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ।অপেনাৰ শিখৰ ধাৱান,ৰিতুৰাজ গাইকৱাড়,শ্ৰেয়াছ আয়াৰ,নৱদ্বীপ চাইনী,ফিল্ডিং প্ৰশিক্ষক টি দিলীপ,বিষয়া বি. লোকেশ,আৰু থেৰাপীষ্ট ৰাজীৱ কুমাৰ।

Read More

ক’ভিড মুক্ত হ’ল কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ।

লতা দিদিৰ অনুৰাগীসকললৈ সু-খবৰ।কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ বৰ্তমান ক'ভিডমুক্ত।ক'ভিড মহামাৰিৰ পৰা মুক্ত হোৱাৰ উপৰিও নিউমোনিয়া ৰোগকো হৰুৱাবলৈ সক্ষম হৈছে ৯২ বছৰীয়া গায়িকাগৰাকীয়ে।মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে সংবাদ মাধ্য়মৰ আগত এই সু-খবৰটো জনাই।যোৱা ৮ জানুৱাৰীৰ পৰা চিকিৎধীন হৈ আছিল কোকিলকণ্ঠী গায়িকা লতা…

Read More

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটৰ ১০টা বৃহৎ ঘোষণা।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট।বাজেটত দাখিল কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।তাৰ ভিতৰত উল্লেখযোগ্য-৮০ লাখ দৰিদ্ৰই লাভ কৰিব চৰকাৰী ঘৰ।ঘৰে ঘৰে যোগান ধৰা হ'ব পানী।নল-জল যোজনাৰ অধীনত পানী যোগানৰ লক্ষ্য।কেন্দ্ৰই ধাৰ্য কৰিলে ৬০ হাজাৰ কোটি টকা।এইবছৰতে…

Read More
Back To Top