skip to Main Content

কটন বিশ্ববিদ্যালয়ত নাৰী দিৱস উদযাপন

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।দেশ-বিদেশৰ লগতে গুৱাহাটী কটন বিশ্ববিদ্যালয়ত নাৰী দিৱস উদযাপন কৰে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।

Read More

আজি পুলিচ ৰিজাৰ্ভত এক সংবাদমেল অনুষ্ঠিত হয়।

আজি পুলিচ ৰিজাৰ্ভত এক সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেল সম্বোধন কৰে Commissioner of Police হৰমীত সিঙে।বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত অনুষ্ঠিত হয় এই সংবাদমেলখন।

Read More

জন ঔষধি দিৱস উপলক্ষে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।

জন ঔষধি দিৱস উপলক্ষে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।এই অনুষ্ঠানত উপস্হিত থাকে সাংসদ কুইন ওজা,প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বহুতো গণ্যমান্য ব্যক্তি।ভিডিঅ’ কণফাৰেঞ্চ যোগে উপস্হিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

Read More

জন ঔষধি দিৱস উপলক্ষে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য।

জন ঔষধি দিৱস উপলক্ষে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।এই অনুষ্ঠানত উপস্হিত থাকি বক্তব্য দাঙি ধৰে প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰিয়াই।

Read More

কিমান ভয়াবহ হ’ব পাৰে এখন যুদ্ধৰ পৰিণতি।

কিমান ভয়াবহ হ'ব পাৰে এখন যুদ্ধৰ পৰিণতি।এফালৰ পৰা সকলো ধ্বংস কৰি গৈছে ৰাছিয়াই।বিপদত ইউক্ৰেন।চাৰিওফালে কেৱল হত্যাৰ ধ্বংসলীলা।আাজি আলোচনাত বহিব দুই দেশ।এতিয়া সকলোৰে এটাই কথা মীমাংসা।

Read More

আজি PM Gatishakti বাবে North-East Zonal Conference কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰে সংবাদমেলৰ সম্বোধন কৰে।

আজি PM Gatishakti বাবে North-East Zonal Conference কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰে সংবাদমেলৰ সম্বোধন কৰে।সংবাদমেলত উপস্থিতি থাকে North-East Zonal Conference বিশিষ্ট ব্যক্তিসকল।

Read More

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মায়ে আজি PM Gatishakti বাবে North-East Zonal Conferenceত ভাষণ প্ৰদান কৰে।

গুৱাহাটীত অনুষ্ঠিত PMGatiShakti মাষ্টাৰ প্লেনৰ বাবে North-East Zonal Conferenceত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী,কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী; অসম চৰকাৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ মাননীয় মন্ত্ৰীসকল উপস্থিতি থাকে।

Read More

কামাখ্যা মন্দিৰত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

কামাখ্যাত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।ৰাষ্ট্ৰপতিৰ সৈতে আছে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী।কামাখ্যা মন্দিৰত পূজা কৰি ৰাষ্ট্ৰপতি গৰাকীক ৰাওনা হয় কইনাধৰালৈ। কইনাধৰাতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে। ৫.২০ বজাত কইনাধৰাৰ পৰা কলাক্ষেত্ৰলৈ যাত্ৰা কৰিব। ৫.৩০ বজাত উপস্থিত হ’ব কলাক্ষেত্ৰত। ৰাষ্ট্ৰপতিয়ে বন্তি প্ৰজ্বলনেৰে মুকলি…

Read More

মহাৰাষ্ট্ৰত নিৰ্মাণ হ’ব নামঘৰ

মহাৰাষ্ট্ৰত নিৰ্মাণ হ’ব নামঘৰ।নামঘৰৰ উপিৰিও নিৰ্মাণ কৰা হ’ব কামাখ্যা দেৱীৰে মন্দিৰ। মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কাৰজাত অঞ্চলত মুম্বাইস্থিত অসমীয়া সমাজে নিৰ্মাণ কৰিব এই নামঘৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিলান্যাস কৰা এই নামঘৰটোৰ নামাকৰণ কৰা হৈছে ‘শ্ৰীমন্ত শংকৰদেৱ নামঘৰ আৰু সাংস্কৃতিক…

Read More

দেশৰ প্ৰসিদ্ধ সংগীত শিল্পী বাপ্পী লাহিড়ীৰ দেহাৱসান

দেশৰ প্ৰসিদ্ধ সংগীত শিল্পী বাপ্পী লাহিড়ী আৰু নাই।ক'ভিড ৰোগত আক্ৰান্ত হৈ আছিল বাপ্পী লাহিড়ী।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯বছৰ।মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰসিদ্ধ সংগীত শিল্পী গৰাকী।বাপ্পী লাহিড়ীৰ প্ৰকৃত নাম হৈছে আলোকেশ লাহিড়ী।

Read More
Back To Top