Skip to content

কাইলৈৰ পৰা সালসলনি হ’ব বেংকৰ কেইবাটাও নিয়ম

১ফেব্ৰুৱাৰিৰ পৰা হ'ব বৃহৎ সালসলনি।ষ্টেট বেংকৰ ধন লেনদেনৰ ক্ষেত্ৰত সালসলনি হ'ব বহু নিয়ম।IMPS ৰ পেমেন্ট চাৰ্ভিছত লেনদেনৰ সীমা বৃদ্ধি কৰা হৈছে।RBIয়ে বৃদ্ধি কৰিছে লেনদেনৰ সীমা।পূৰ্বতে ২লাখ টকা লেনদেন কৰিব পাৰিছিল IMPSৰ সহায়ত।এতিয়াৰে পৰা সৰ্বাধিক ৫লাখ টকা লেনদেন কৰিব পাৰিব।১হাজাৰ টকা…

Read more

আজিৰ পৰা আৰম্ভ হ’ল সংসদৰ বাজেট অধিবেশন

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণেৰে আৰম্ভ হয় সংসদৰ কাম-কাজ।পহিলা ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিব ২০২২-২৩ বৰ্ষৰ সাধাৰণ বাজেট।এইবাৰ হ'ব সম্পূৰ্ণ ডিজিটেল বাজেট।বাজেট অধিবেশনৰ অন্ত পৰিব অহা ৮এপ্ৰিলত।

Read more

বিগ বছ ১৫ ৰ খিতাপ অর্জন কৰিলে তেজস্বী প্ৰকাশে

তেজস্বী প্ৰকাশে দখল কৰিলে বিগ বছ ১৫ ৰ খিতাপ। বিগ বছ ১৫ ৰ এই ছিজনৰ বিজয়ী হয় তেজস্বী। শ্ব’ৰ হোষ্ট ছলমান খানে বিজয়ী আৰু প্ৰাইজমানি ঘোষণা কৰে দেওবাৰে। তেজস্বী এই ছিজনৰ চূড়ান্ত বিজয়ী হোৱাৰ লগতে প্ৰথম ৰানাৰআপ হয় প্ৰতীক সহজপাল…

Read more

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ৭৪তম মৃত্যু বাৰ্ষিকী

আজিৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু দিৱস।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটস্হিত সমাধিস্হান পৰিদৰ্শন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।ৰাহুল গান্ধীয়েও টুইট যোগে মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

Read more

ক’ভিডত আক্ৰান্ত হ’ল বলীউডৰ মোহময়ী অভিনেত্ৰী কাজল।

এজনৰ পিছত আনজন আক্ৰান্ত হৈছে ক'ভিডত।ইতিমধ্যে বহুতৰে দেহত ধৰা পৰিছে ক'ভিড-১৯।এইবাৰ ক'ভিডত আক্ৰান্ত হ'ল বলিউডতৰ মোহময়ী অভিনেত্ৰী কাজল। তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোককে ক'ভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাই।

Read more

জম্মু–কাশ্মীৰত দুটাকৈ এনকাউণ্টাৰ! জইছ কমাণ্ডাৰসহ নিহত ৫ সন্ত্ৰাসবাদী

জম্মু–কাশ্মীৰত বিগত ১২ ঘণ্টাত নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ দুটাকৈ সংঘৰ্ষ সংঘটিত হয়। এই সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় ৫টাকৈ সন্ত্ৰাসবাদী। এই ৫ সন্ত্ৰাসবাদীৰ ভিতৰত আছে জইছ–ই–মহম্মদৰ কমাণ্ডৰ জাহিদ ৱানী আৰু এটা পাকিস্তানৰ সন্ত্ৰাসবাদী। মৃত সন্ত্ৰাসবাদীকেইটা জইছ–ই–মহম্মদ আৰু লস্কৰ–ই–তৈবাৰ সৈতে জড়িত। দুয়োটা…

Read more

১ফ্ৰেব্ৰুৱাৰীত সংসদত দাখিল কৰা হ’ব কেন্দ্ৰীয় বাজেট

১ফ্ৰেব্ৰুৱাৰীত সংসদত দাখিল কৰা হ'ব কেন্দ্ৰীয় বাজেট।কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব২০২২-২৩ বৰ্ষৰ বাজেট।৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব বাজেট অধিবেশন।৫ৰাজ্যৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে দাখিল কৰিব বাজেট।বাজেটত কেইবাটাও বৃহৎ ঘোষণা কৰাৰ সম্ভাৱনা।টেক্সৰ ক্ষেত্ৰত ৰেহাই ঘোষণা কৰাৰ সম্ভাৱনা।কৃষকক সকাহ…

Read more

মোহন ভাগৱত আৰু হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

RSS প্ৰধান মোহন ভাগৱতক সাক্ষাৎ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। শিলচৰত অনুষ্ঠিত হ'ব মোহন ভাগৱত আৰু হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। ৩০ জানুৱাৰীত অনুষ্ঠিত হব বৈঠক। বৰ্তমান শিলছৰত আছে RSSৰ শীৰ্ষ নেতাজন। মোহন ভাগৱতক লগ ধৰিবলৈ শিলছৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

Read more

৩১জানুৱাৰীত দেশজুৰি কৃষকে পালন কৰিব বিশ্বাসঘাটকতা দিৱস

৩১ জানুৱাৰীত দেশজুৰি কৃষকে পালন কৰিব বিশ্বাসঘাটকতা দিৱস।কৃষক আন্দোলন সমাপ্ত হ'ল যদিও এতিয়াও সন্তুষ্ট নহয় কৃষক।কেন্দ্ৰীয় চৰকাৰে কৃষকক দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ।সংযুক্ত কৃষান মৰ্চাই পালন কৰিব বিশ্বাসঘাটকতা দিৱস।দেশৰ ৫০০তকৈও অধিক জিলাত পালন কৰা হ'ব এই কাৰ্যসূচী।ঠায়ে ঠায়ে সাব্যস্ত কৰিব…

Read more

Eastern Commandৰ Gen. Officer C-in-C পদত অধিষ্ঠিত প্ৰথমজন অসমীয়া

Eastern Commandৰ Gen. Officer C-in-C পদত অধিষ্ঠিত হ'ল প্ৰথমজন অসমীয়া।এই পদত অধিষ্ঠিত হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন ব্যক্তি লেঃ জেঃ ৰাণা প্ৰতাপ কলিতা।ডি জি পি ভাস্কৰজ্যোতি মহন্তই টুইট যোগে এই কথা জনাই আৰু লগতে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।

Read more
Back To Top