Skip to content

ভাৰতীয় নৌ সেনাৰ যুদ্ধ জাহাজত ভয়ংকৰ বিস্ফোৰণ

মুম্বাইস্হিত যুদ্ধ জাহাজত ভয়ংকৰ বিস্ফোৰণ।নিহত তিনিজনকৈ সেনা জোৱান।যুদ্ধ জাহাজ আই এন এছ ৰণবীৰৰ আভ্যন্তৰীণ কম্পামেন্টত সংঘটিত হয় এই বিস্ফোৰণ।এই ঘটনাত তিনি নৌ সেনা জোৱানৰ লগতে আহত হয় ১১জনকৈ জোৱান।বৰ্তমানলৈকে বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাই।

Read more

সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো বৃদ্ধি কোভিডত আক্ৰান্ত লোকৰ সংখ্যা

সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত লোকৰ সংখ্যা। কামৰূপ জিলাত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ১৬৬৯ জনলৈ। মঙলবাৰে কামৰূপ জিলাত ৩৬১জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ। সকলো চৰকাৰী কাৰ্যালয়ত বাধ্যতামূলক কৰা হৈছে কোভিড টেষ্ট। বৰ্তমান ৰাজহুৱা…

Read more

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বিধানসভা নিৰ্বাচনৰ আগতে পাব পাৰে বিশেষ উপহাৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হোৱাৰ সম্ভাৱনা। জানিব পৰা অনুসৰি মোডী চৰকাৰেও ফিটমেণ্ট কাৰক বৃদ্ধি কৰাৰ কথা বিবেচনা কৰিছে। কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ নিম্নতম মৌলিক দৰমহা ১৮ হাজাৰ টকাৰ পৰিৱৰ্তে ২৬ হাজাৰ…

Read more

প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘনৰ তদন্তৰ বাবে পাঁচজনীয়া সমিতি গঠন কৰে

যোৱা ৫ জানুৱাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱ ভ্ৰমণ কৰাৰ সময়ত কৃষক প্ৰতিবাদৰ বাবে তেওঁৰ কনভয় পথৰ মাজতে আৱদ্ধ হৈ পৰা ঘটনাটোৱে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘন হোৱা বুলি অভিযোগ উত্থাপন হৈছিল।এই সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে তদন্তৰ বাবে পাঁচজনীয়া সদস্যৰে এখন সমিতি গঠন…

Read more

আজিৰে পৰা ৰাষ্ট্ৰীয় যুৱ দিৱস

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে ভাৰ্ছুৱেলী শুভ উদ্বোধন কৰে পুডুচেৰীত আয়োজিত ২৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ। স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উদযাপনৰ বাবে ১২ জানুৱাৰী ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে এই উৎসৱৰ আৰম্ভ হয়।

Read more

কোভিডত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

কোভিড আক্ৰান্ত হ’ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। ৬৪ বছৰীয়া কেন্দ্ৰীয় মন্ত্ৰীজনৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে তেওঁ নিজকে পৃথক কৰি ৰাখিছে। কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে।

Read more

IPLৰ নতুন স্পনচৰ,এইবাৰ VIVO আঁতৰি আহিল টাটা

IPLৰ নতুন টাইটেল স্পনচৰ হ'ব টাটা।২০২৩ বৰ্ষত IPLৰ টাইটেল স্পনচৰৰ ৰূপত টাটা। VIVO IPLৰ পৰিৱৰ্তে টাটা IPL ৰূপে জনা যাব।এই তথ্য সদৰি কৰে IPLৰ চেয়াৰমেন বৃজেশ পেটেলে।২০১৮ ৰ পৰা IPLৰ টাইটেল স্পনচৰ হৈ আছিল VIVO।

Read more

ক’ভিডত আক্ৰান্ত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ

ক'ভিডত আক্ৰান্ত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ।সম্প্ৰতি মুম্বাইৰ ব্ৰীচকেন্দী হাস্পাতালত চিকিৎসাধীন লতা মংগেশকাৰ। ICUত ৰখা হৈছে লতা মংগেশকাৰক।

Read more

কোৰোনাত আক্ৰান্ত বিজেপিৰ সভাপতি আৰু প্ৰতিৰক্ষা মন্ত্ৰী

কোৰোনাত আক্ৰান্ত বিজেপিৰ সভাপতি জে পি নড্ডা আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।দুগৰাকীয়ে টুইটাৰযোগে সদৰি কৰিছে এই কথা।কোভিড টেষ্টৰ ফলাফলৰ পাছতে বিজেপিৰ সভাপতি জে পি নড্ডা নিজকে হোম আইছ’লেশ্যন কৰিছে।

Read more

অসমৰ পৰা দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুল্লি বাঈ এপৰ মূল অভিযুক্তক

বহু বিতৰ্কিত বুল্লি বাঈ এপৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ।যুৱতী-মহিলাৰ দৰ-দাম চলোৱা এই এপৰ লগত জড়িত আছিল নীৰজ বিষ্ণই নামৰ এজন যুৱক গ্ৰেপ্তাৰ।যুৱকজনৰ ঘৰযোৰহাট নগৰত।অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ২১ বছৰীয়া নীৰজক।দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নীৰজক।

Read more
Back To Top